নাওবৈচাৰ জেষ্ঠ বিজেপি নেতা ৰাও গজেন্দ্ৰ সিংৰ প্ৰায় তিনি শতাধিক সমৰ্থকক লগত লৈ পুনৰ বিজেপিত যোগদান। ২০২১ চনৰ বিধানসভা নিৰ্বাচনৰ সময়ত দলৰ পৰা নিলম্বিত হৈছিল জেষ্ঠ বিজেপি নেতা ৰাও গজেন্দ্ৰ সিং ।