অসম ফুটবল এচছিয়েছনৰ উদ্যোগত মৰাণত ৰাজ্যিক পৰ্য্যায়ত অনুষ্ঠিত ১৩ বছৰ অনুৰ্ধ য়ুথ লীগ ফুটবল প্ৰতিযোগিতাৰ সামৰনি পৰে । চূূড়ান্ত খেলখনিত জৰিগুৰি ৰূপজ্যোতি স্পৰ্টচ ক্লাৱে ধেমাজি ফুটবল ক্লাৱক ৪-১ গলৰ ব্যৱধানত পৰাস্ত কৰি শ্ৰেষ্ঠ দলৰ খিতাপ অৰ্জন কৰিবলৈ সক্ষম হয় । বিজয়ী দলটিৰ খেলুৱৈ মৰাণৰ অৰূপ কৰ্মকাৰে আজি খেলখনৰ শ্ৰেষ্ট গলদাতা আৰু শ্ৰেষ্ঠ খেলুৱৈ হিচাপে সন্মান লাভ কৰিবলৈ সক্ষম হয় । ধেমাজি দলটিৰ খেলুৱৈ ললিত মইছনে শ্ৰেষ্ঠ গল ৰক্ষকৰ সন্মান লাভ কৰে । উল্লেখযোগ্য যে, মৰাণ ৰূপজ্যোতি ফুটবল ক্লাৱে মৰাণ জিলা ক্ৰীড়া সন্থাক প্ৰতিনিধিত্ব কৰি এই প্ৰতিযোগিতাত অংশগ্ৰহন কৰিছিল । ইফালে, চূড়ান্ত খেলখনি উপভোগ কৰি আবেগিক হৈ পৰে অসম ফুটবল সন্থাৰ সহকাৰী সম্পাদক তথা মৰাণৰ বিশিষ্ট ক্ৰীড়া সংগঠক সঞ্জীৱ বৰুৱা । গ্ৰামাঞ্চলৰ খেলুৱৈসকলেৰে গঠিত মৰাণ ৰূপজ্যোতি ফুটবল ক্লাৱে অসমক প্ৰতিনিধিত্ব কৰাৰ যোগ্যতা অৰ্জন কৰাত গৌৰাম্বিত বুলি মন্তব্য আগবঢ়াইছে সঞ্জীৱ বৰুৱাই ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
कई तरीकों से सेव कर सकते हैं Audio के साथ Instagram Stories, यहां जानें पूरा प्रोसेस
Instagram अपने कस्टमर्स के लिए बहुत से फीचर्स लाता रहता है। ऐसे में अगर आप भी स्टोरीज के शौकीन है...
વાહ.. દિયોદર ના MLA ની અનોખી પહેલ..
દિયોદર ધારાસભ્ય કેશાજી ચૌહાણની અનોખી પહેલ.,,,પોતાના મતવિસ્તારના પ્રશ્નોની રજૂઆત માટે એપ...
बोरदा माल में बाबा रामदेव जी का भंडारे का हुआ शुभारंभ केशोरायपाटन
बोरदा माल में बाबा रामदेव जी का भंडारे का हुआ शुभारंभ केशोरायपाटन
क्षेत्र में केशोरायपाटन...
Sonu Sood: ओडिशा ट्रेन हादसे के पीड़ितों की मदद के लिए आगे आए सोनू सूद, शेयर किया हेल्पलाइन नंबर
Sonu Sood Launches Helpline For Odisha Train Accident: सोनू सूद बॉलीवुड के वो एक्टर हैं,...
ગુજરાત સરકારને પેટ્રોલ ડીઝલના ટેક્સ પેટે બે વર્ષ 39 હજાર કરોડ રૂપિયા ની કમાણી થઈ
ગુજરાત સરકારને પેટ્રોલ-ડીઝલના ટેક્સ પેટે બે વર્ષમાં 39 હજાર કરોડ રૂપિયા ...
દેશમાં પેટ્રોલ...