বাগিছাৰ কৰ্মচাৰী য়ে জংঘল কাটি থকা অবশ্হাত দেখা পাই বাঘ পোৱালী টো।

তাৰ পিছত প্ৰকৃতিপ্ৰেমী যুবক সন্জীব ডেকা ক খবৰ দিয়াত উপহ্তিত হৈ ৰাইজক বাঘ পোৱালীটো উদ্বাৰ কৰিবলৈ বাধা প্ৰদান কৰে ।

 বাঘ পোৱালী টো কিছু সময় পিছত বাঘটোৰ মাকজনীয়ে লৈ যায় বুলি যানিৱলৈ দিয়ে প্ৰত্যক্ষ দশীয়ে ।

 এতিয়া কলিয়াবৰ ত এনেদৰে বাঘৰ মুক্ত বিচৰনত চিন্তি ত হৈ পৰিছে কলিয়াবৰ বাসী