শুকুৰবাৰে চৰাইদেউত মুখ্যমন্ত্ৰীৰ সাহাৰ্য্যপুঁজিৰ চেক বিতৰণ কৰে লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈয়ে।সোণাৰী সমষ্টিৰ অন্তৰ্গত বিভিন্ন প্ৰান্তৰৰ জটিল ৰোগত আক্ৰান্ত লোকসকলে সাংসদ তপন কুমাৰ গগৈৰ হাতেৰে চেক গ্ৰহন কৰে। এই অনুষ্ঠানত ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তাকে প্ৰমুখ্য কৰি বিভিন্ন হিতাধিকাৰী আৰু পৰিয়াল বৰ্গ উপস্থিত থাকে। হিতাধিকাৰী সকলে মুখ্যমন্ত্ৰী ড°হিমন্তবিশ্ব শৰ্মাকধনবাদ জ্ঞাপন কৰে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
MS યુનિવર્સિટીની હોસ્ટેલના વિદ્યાર્થીઓની હરકત
#buletinindia #gujarat #vadodara
আজি পুনৰ দৰং জিলাত ২৩ জনৰ শৰীৰত ধৰা পৰে কভিড-১৯
আজি দৰঙত আক্ৰান্ত ২৩ জন
মঙ্গলদৈ, ২৭ জুলাই : ৰাজ্যৰ সমান্তৰালকৈ দৰঙটো বৃদ্ধি পাইছে ক'ভিড...
अमित शाह ने गुजरात के CM भूपेंद्र पटेल से बाढ़ के हालात पर चर्चा
गृह मंत्री अमित शाह ने गुजरात के CM भूपेंद्र पटेल से भारी बारिश के कारण राज्य के विभिन्न हिस्सों...
Delhi Water Crisis: दिल्ली में पानी की किल्लत के बीच मंत्री आतिशी के अनशन का आज दूसरा दिन | Aaj Tak
Delhi Water Crisis: दिल्ली में पानी की किल्लत के बीच मंत्री आतिशी के अनशन का आज दूसरा दिन | Aaj Tak