শুকুৰবাৰে চৰাইদেউত মুখ্যমন্ত্ৰীৰ সাহাৰ্য্যপুঁজিৰ চেক বিতৰণ কৰে লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈয়ে।সোণাৰী সমষ্টিৰ অন্তৰ্গত বিভিন্ন প্ৰান্তৰৰ জটিল ৰোগত আক্ৰান্ত লোকসকলে সাংসদ তপন কুমাৰ গগৈৰ হাতেৰে চেক গ্ৰহন কৰে। এই অনুষ্ঠানত ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তাকে প্ৰমুখ্য কৰি বিভিন্ন হিতাধিকাৰী আৰু পৰিয়াল বৰ্গ উপস্থিত থাকে। হিতাধিকাৰী সকলে মুখ্যমন্ত্ৰী ড°হিমন্তবিশ্ব শৰ্মাকধনবাদ জ্ঞাপন কৰে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
সোণাৰিত অসমী শাৰদীয় মেলা
সোণাৰিত অসমী শাৰদীয় মেলা
চৰাইদেউ জিলাৰ সোণাৰি ভগৱতী প্ৰসাদ বৰুৱা সোঁৱৰণি উচ্চতৰ মাধ্যমিক...
આપ દ્વારા જનસંવાદ કાર્યક્રમ યોજાયો
આપ દ્વારા જનસંવાદ કાર્યક્રમ યોજાયો
प्रभारी सचिव से बोेले मरीज के परिजन दवाईयां बाहर से खरीदकर लाये है साहब
बून्दी। बुधवार को बूंदी जिला मुख्यालय का प. बृजसुन्दर शर्मा अ श्रेणी चिकित्सालय उस समय शर्मिंदा...
उदयभानु चीब को बनाया गया यूथ कांग्रेस का राष्ट्रीय अध्यक्ष, बीवी श्रीनिवास की लेंगे जगह
उदय भानु चिब को भारतीय युवा कांग्रेस के नए अध्यक्ष के रूप में उनकी नियुक्ति की गई है। उदय भानु...