নাৰায়ণপুৰ উন্নয়ণ খন্ডৰ অন্তৰ্গত দক্ষিন নাৰায়ণপুৰ গাঁও পঞ্চায়তত আচঁনি ৰুপায়নৰ নামত ব্যাপক দুৰ্নীতি সংঘটিত হোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে ৷ পঞ্চায়তটোৰ অন্তৰ্গত মাজঘাট দেওবৰীয়া সাপ্তাহিক বজাৰত চতুদৰ্শ বিৰ্ত্তীয় আয়োগৰ ২০১৯-২০ বিৰ্ত্তীয় বৰ্ষতে অনাময় আচঁনিৰ জৰিয়তে এটা ৰাজহুৱা প্ৰেস্বাৱগাৰ নিৰ্মাণৰ নামত পঞ্চায়ত সচিব বীৰধন পাতিৰ আৰু নিৰ্মাণ সমিতিৰ সভাপতি দিব্যজ্যোতি পেগুৰ যুটিয়া স্বাক্ষৰত আচঁনিটোৰ সমুদায় নব্বৈ হাজাৰ টকা ব্যয় কৰা হ’ল যদিও আজিও নহ’ল নিৰ্মাণ কাৰ্য ৷ স্থানীয় ৰাইজে পলমকৈ আচঁনি খনৰ সম্পৰ্কে জানিব পাৰি পঞ্চায়ত সচিব আৰু সভাপতি গৰাকীক জবাবদিহি কৰাত সম্প্ৰতি নিম্নমানেৰে ৰাজহুৱা প্ৰেস্বাৱগাৰটো নিৰ্মাণ কৰিবলৈ হাতত লৈছে ৷ এইলৈ স্থানীয় ৰাইজৰ মাজত ব্যাপক প্ৰতিক্ৰিয়া সৃষ্টি হৈছে ৷ আনহাতে পঞ্চায়তটোত এনে বহু আচঁনি ৰূপায়নৰ নামত লাখ লাখ টকা হৰলুকি হোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে ৷ এই সম্পৰ্কত ৰাইজে জিলা উপায়ুক্তক অভিযোগ পত্ৰ প্ৰদানৰ ব্যৱস্থা কৰিছে ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
જુનાગઢ મહાનગર પાલિકા દ્વારા વિકાસલક્ષી કામોનું ખાતમુર્હુત તથા લોકાર્પણ કાર્યક્રમ યોજાયો…
જુનાગઢ મહાનગર પાલિકા દ્વારા વિકાસલક્ષી કામોનું ખાતમુર્હુત તથા લોકાર્પણ કાર્યક્રમ યોજાયો…
राहुल गांधी का नाम अकबराबादी रखा,अकबर-मुगल साम्राज्य की मानसिकता से देश को तोड़ना चाहते हैं-प्रदेश बीजेपी प्रभारी
भाजपा प्रदेश प्रभारी राधा मोहन दास अग्रवाल ने गुरुवार को दौसा में लोकसभा में विपक्ष के नेता राहुल...
ছিংগাপুৰ, ইউএইয়ে RuPay পৰিশোধ প্ৰণালী গ্ৰহণ কৰিব: নিৰ্মলা সীতাৰমণ
কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে কয় যে সংযুক্ত আৰব আমিৰশ্বাহী আৰু ছিংগাপুৰ দুয়োখনেই ঘৰুৱা...
રખડતા ઢોર નિયંત્રણ કાયદા પરત ખેંચવામાં આવશે @Sandesh News
રખડતા ઢોર નિયંત્રણ કાયદા પરત ખેંચવામાં આવશે @Sandesh News
मंकीपॉक्स वायरस को लेकर रहे सतर्क डा सामर
राज्य में मंकी पॉक्स जागरूकता को लेकर हुई विडिओ कॉन्फ्रेंसिंग के बाद सीएमएचओ डॉ. सामर ने जिला...