ডিব্ৰুগড় জিলাৰ মৰাণ বিধানসভা সমষ্টিৰ পথালিবাম গাঁও পঞ্চায়তৰ অন্তৰ্গত ঝলমত চৰকাৰী আঁচনি ৰূপায়ণত ব্যাপক অনিয়ম সংঘটিত হৈছে । অৰুণোদয় ধন দিয়াৰ নামত ধন সংগ্ৰহ কৰাৰ গুৰুত্বৰ অভিযোগ উত্থাপিত হৈছে ৱাৰ্ড সদস্যৰ বিৰুদ্ধে । কেইবাগৰাকী ভূক্তভোগী মহিলাই সংবাদ মাধ্যমৰ আগত উত্থাপন কৰিছে এই অভিযোগ .

Sponsored

महावीर कुल्फी सेन्टर - बूंदी

महावीर कुल्फी सेन्टर की और से बूंदी वासियों को दीपावली की हार्दिक बधाई व शुभकामनाएं