শোণিতপুৰৰ চতিয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত বালিপৰা শিক্ষাখন্দৰ দুখনকৈ বিদ্যালয়ৰ আছুতীয়া শ্ৰেণীকোঠাৰ আধাৰ শিলা স্থাপন । গড়মৰা আৰু ননকেবাকোলা প্ৰাথমিক বিদ্যালত অসম সৰ্বশিক্ষা অভিযান মিচনৰ দ্বাৰা প্ৰদান কৰা পুজিৰে নিৰ্মাণ কৰিবলগিয়া আছুতীয়া কোঠাৰ আধাৰশিলা স্থাপন কৰে চতিয়া সমষ্টিৰ কেবিনেট মৰ্য্যদা প্ৰাপ্ত বিধায়ক পদ্ম হাজৰিকাই প্ৰায় ৫ লাখ ৮ হাজাৰ ২০০ টকা ( একোখনত ) টকা ব্যয় সাপেক্ষে নিৰ্মান হ'বলগীয়া এই আধাৰশিলা স্থাপন অনুস্থানত বহু জ্ঞন্য মান্য ব্যক্তিৰ লগতে স্থানীয় ৰাইজ উপস্থিত থাকে ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
18 किमी पैदल यात्रा देवनारायण मंदिर का छापर बहेलिया पहुंची
रावतभाटा. चित्तौडगढ़ सांसद सीपी जोशी की तीसरी बार जीत के लिए विजय संकल्प संपूर्ण होने पर विजयी...
Pillars of society award conferred on Harka Bahadur Chetry by Social Justice for International Civil Rights
Harka Bahadur Chetry was conferred with the award of "pillars of society Award 2021-22" at...
ભોરટુ ટોલ પ્લાઝા ઉપર ડુબલીકેટ ટોલ પાવતી નો મામલો આવ્યો સામે
ભોરટુ ટોલ પ્લાઝા ઉપર ડુબલીકેટ ટોલ પાવતી નો મામલો આવ્યો સામે
লাকুৱাৰ আমলখি দেওশালত লখিমী আদৰা উৎসৱ উদযাপন
ঐতিহ্যমণ্ডিত আমলখি দেওশালত টাই আহোম সাংস্কৃতিক পৰিষদৰ উদ্যোগত আৰু ৰাইজৰ সহযোগত আজি...
વડોદરા:ફાઈન આર્ટ ફેકલ્ટી ખાતે પ્રદેશ ભાજપ પ્રમુખ દ્વારા પેન્ટિંગ પ્રદર્શન નું ઉદઘાટન કરવામાં આવ્યું
વડોદરા:ફાઈન આર્ટ ફેકલ્ટી ખાતે પ્રદેશ ભાજપ પ્રમુખ દ્વારા પેન્ટિંગ પ્રદર્શન નું ઉદઘાટન કરવામાં આવ્યું