শোণিতপুৰৰ চতিয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত বালিপৰা শিক্ষাখন্দৰ দুখনকৈ বিদ্যালয়ৰ আছুতীয়া শ্ৰেণীকোঠাৰ আধাৰ শিলা স্থাপন । গড়মৰা আৰু ননকেবাকোলা প্ৰাথমিক বিদ্যালত অসম সৰ্বশিক্ষা অভিযান মিচনৰ দ্বাৰা প্ৰদান কৰা পুজিৰে নিৰ্মাণ কৰিবলগিয়া আছুতীয়া কোঠাৰ আধাৰশিলা স্থাপন কৰে চতিয়া সমষ্টিৰ কেবিনেট মৰ্য্যদা প্ৰাপ্ত বিধায়ক পদ্ম হাজৰিকাই প্ৰায় ৫ লাখ ৮ হাজাৰ ২০০ টকা ( একোখনত ) টকা ব্যয় সাপেক্ষে নিৰ্মান হ'বলগীয়া এই আধাৰশিলা স্থাপন অনুস্থানত বহু জ্ঞন্য মান্য ব্যক্তিৰ লগতে স্থানীয় ৰাইজ উপস্থিত থাকে ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
બદલાતી ઋતુમાં શરદી-ખાંસીથી પરેશાન ન થાઓ, તરત અપનાવો આ 3 ઘરેલું નુસ્ખા.
શરદી, ઉધરસ અને શરદી માટે ઘરગથ્થુ ઉપચાર1. સ્ટીમ થેરાપીજો નાક અને ગળામાં લાળ એકઠી થઈ ગઈ હોય અને તમે...
ৰাণীস্থিত পেপছিক’ কোম্পানীত কৰ্মৰত অৱস্থাত শ্ৰমিকৰ মৃত্যু।মৃত শ্ৰমিকজন চকৰ্দৈৰ প্ৰণৱজ্যোতি হাজৰিকা (১৭)।
ৰাণীস্থিত পেপছিক’ কোম্পানীত কৰ্মৰত অৱস্থাত শ্ৰমিকৰ মৃত্যু। মৃত শ্ৰমিকজন চকৰ্দৈৰ প্ৰণৱজ্যোতি...
હારીજ ચાણસ્મા હાઇવે પર પગપાળા જતા સંઘને નડ્યો અકસ્માત
બ્રેકિંગ સમાચાર
હારીજ ચાણસ્મા .
પગપાળા જતા સંઘને નડયો અકસ્માત, 3ના મોત, પાંચ અતિગંભીર
...
Telangana Election Results 2023: तेलंगाना में हार के बाद Asaduddin Owaisi का पहला बयान | AIMIM
Telangana Election Results 2023: तेलंगाना में हार के बाद Asaduddin Owaisi का पहला बयान | AIMIM