সমাগত লোকসভা নিৰ্বাচন ৷ নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগেই ৰাজ্যত আৰম্ভ হৈছে নিৰ্বাচনী কুচ-কাৱাজ ৷বৃহস্পতিবাৰে দৰং জিলাৰ খাৰুপেটীয়াত দলগাওঁ বিধান সভা সমষ্টি ভিত্তিত কংগ্ৰেছ দলে আয়োজন কৰে এক বিশাল গণসমাবেশৰ ৷ য'ত অংশগ্ৰহণ কৰে কংগ্ৰেছ দলৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক পৃথিৰাজ ছাথে, অসম ৰাজ্যিক সমিতিৰ সভাপতি ভূপেন বৰা, বিৰোধী দলৰ উপ দলপতি ৰকিবুল হুছেইন, দেবব্ৰত শইকায়া, কলিয়াবৰ লোকসভা সমষ্টিৰ সাংসদ গৌৰৱ গগৈ, নগাঁৱৰ সাংসদ প্ৰদ্যুত বৰদলৈ, বৰপেটাৰ সাংসদ আব্দুল খালেক, বিধায়ক জাকিৰ হুছেইন শিকদাৰ, বটদ্ৰৱাৰ বিধায়িকা শিৱামণি বৰা আৰু কংগ্ৰেছ নেত্ৰী মিৰা শৰ্মা বৰঠাকুৰ গোস্বামী ৷ সভাত বিজেপি আৰু এ,আই,ইউ, ডি, এফক খুৰধাৰ সমালোচনা কৰে ভূপেন বৰাৰ লগতে কংগ্ৰেছৰ নেতা সকলে। আনহাতে এ,আই,ইউ, ডি, এফৰ লগত মিত্ৰতা কৰাটো কংগ্ৰেছৰ ঐতিহাসিক ভুল আছিল বুলি কয় বৰাই। অসমত কংগ্ৰেছ চৰকাৰ আহিলে মহিলা সকলে ন-লখিমীৰ জৰিয়তে মাহিলী পাব ২৫০০ কৈ টকা
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
कोटा - लालसोट मेगा हाईवे पर हो रहे गड्ढे से बाइक सवार फिसल कर हो रहे चोटिल केशवरायपाटन
कोटा - लालसोट मेगा हाईवे पर हो रहे गड्ढे से बाइक सवार फिसल कर हो रहे चोटिल केशवरायपाटन ...
कपहुआ प्राइमरी स्कूल की 150वीं वर्षगांठ
1872 में स्थापित 31वें कपाहुआ प्राथमिक विद्यालय ने अपनी रंगीन यात्रा की 15वीं वर्षगांठ मनाई है।...
વિંછીયા: મોટા હડમતીયા ગામે વાડીમાંથી 441 બોટલ વિદેશીદારૂ ઝડપાયો, રૂ.1,75,060નો મુદ્દામાલ જપ્ત
વિંછીયા: મોટા હડમતીયા ગામે વાડીમાંથી 441 બોટલ વિદેશીદારૂ ઝડપાયો, રૂ.1,75,060નો મુદ્દામાલ જપ્ત...
महाराष्ट्र: पोस्टर में अतीक अहमद और अशरफ को बताया 'शहीद', तीन आरोपी गिरफ्तार
माफिया अतीक अहमद और उसके भाई अशरफ के समर्थन में महाराष्ट्र में पोस्टर लगाए गए हैं। इन पोस्टरों...