ডিব্ৰুগড় জিলাৰ মৰান ৰাজহ চক্ৰ বিষযা কাৰ্যালয়ৰ অন্তৰ্গত মৰান কুশল নগৰ নামঘৰৰ উদ্যোগত ভাগৱত শোভাযাত্ৰা বাহিৰ কৰা হয । শনিবাৰে দিনৰ প্ৰায় ১১ বজাত বাহিৰ কৰা এই শোভাযাত্ৰাত গায়ন বায়ন সহ শতাধিক মহিলা, পুৰুষৰ লগতে ভকত সকলে অংশগ্ৰহন কৰে । তিলৈ গাঁও পঞ্চায়তৰ উপ-সভানেত্ৰী আৰু খোৱাং মণ্ডল মহিলা মৰ্চাৰ সভানেত্ৰী পিংকি চলিহা শইকীয়ায়েও অংশগ্ৰহন কৰে এই শোভাযাত্ৰাত । নৱবৈষ্ণৱ ধৰ্মৰ প্ৰৱৰ্তক, বৃহৎ অসমীয়া জাতিটোক একতাৰ দোলেৰে বান্ধি একশৰণ হৰিনাম ধৰ্মৰ অমৃত বাণী বিলোৱাৰ লগতে অসমীয়া জাতিটোক নামঘৰ, ভাওনা, বৰগীত, ঘোষা, নাট আদিৰ দৰে আপুৰুগীয়া সম্পদ প্ৰদান কৰি চহকী কৰা মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ গুৰুজনাৰ পৱিত্ৰ তিৰোভাৱ তিথিৰ উপলক্ষে বাহিৰ কৰা শোভাযাত্ৰাই নগৰ পৰিভ্ৰমণ কৰে ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
ৰহা চাপৰমুখ ত বিশ্ব পৰিবেশ দিৱস পালন।
গছপুলি ৰুপন কৰাৰ লগতে কুইজ,চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত হয়।
ৰহা উচ্চতৰ মাধ্যমিক বিদ্যালয় ত অনুষ্ঠিত হয় চুটিনাটক "প্ৰকৃতিৰ কান্দোন"
সমগ্ৰ বিশ্বৰ লগতে আজি ৰহা,চাপৰমুখ অঞ্চলতো বিশ্ব পৰিবেশ দিৱস পালন কৰা হয়।
...
Lok Sabha Election 2024: Manoj Tiwari के खिलाफ Congress ने Kanhaiya Kumar को ही क्यों उतारा?
Lok Sabha Election 2024: Manoj Tiwari के खिलाफ Congress ने Kanhaiya Kumar को ही क्यों उतारा?
Kashmiri Dish Harissa खाकर कैसे बदलाव ला रही हैं ये कश्मीरी महिलाएं (BBC Hindi)
Kashmiri Dish Harissa खाकर कैसे बदलाव ला रही हैं ये कश्मीरी महिलाएं (BBC Hindi)