ডিব্ৰুগড় জিলাৰ মৰান ৰাজহ চক্ৰ বিষযা কাৰ্যালয়ৰ অন্তৰ্গত মৰান কুশল নগৰ নামঘৰৰ উদ্যোগত ভাগৱত শোভাযাত্ৰা বাহিৰ কৰা হয । শনিবাৰে দিনৰ প্ৰায় ১১ বজাত বাহিৰ কৰা এই শোভাযাত্ৰাত গায়ন বায়ন সহ শতাধিক মহিলা, পুৰুষৰ লগতে ভকত সকলে অংশগ্ৰহন কৰে । তিলৈ গাঁও পঞ্চায়তৰ উপ-সভানেত্ৰী আৰু খোৱাং মণ্ডল মহিলা মৰ্চাৰ সভানেত্ৰী পিংকি চলিহা শইকীয়ায়েও অংশগ্ৰহন কৰে এই শোভাযাত্ৰাত । নৱবৈষ্ণৱ ধৰ্মৰ প্ৰৱৰ্তক, বৃহৎ অসমীয়া জাতিটোক একতাৰ দোলেৰে বান্ধি একশৰণ হৰিনাম ধৰ্মৰ অমৃত বাণী বিলোৱাৰ লগতে অসমীয়া জাতিটোক নামঘৰ, ভাওনা, বৰগীত, ঘোষা, নাট আদিৰ দৰে আপুৰুগীয়া সম্পদ প্ৰদান কৰি চহকী কৰা মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ গুৰুজনাৰ পৱিত্ৰ তিৰোভাৱ তিথিৰ উপলক্ষে বাহিৰ কৰা শোভাযাত্ৰাই নগৰ পৰিভ্ৰমণ কৰে ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
महात्मा गांधी इंग्लिश मीडियम स्कूल में पौधारोपण आज।
नमाना कस्बे की स्थानीय महात्मा गांधी इंग्लिश मीडियम स्कूल में हरियाली तीज महोत्सव...
MCN NEWS| वाहतूक नियम न पाळणाऱ्यावर वीरगाव पोलिसांत गुन्हा दाखल
MCN NEWS| वाहतूक नियम न पाळणाऱ्यावर वीरगाव पोलिसांत गुन्हा दाखल
एसटी बसचा व कारचा भीषण अपघात या अपघातात पाच जण जागीच ठार
एसटी बसचा व कारचा भीषण अपघात या अपघातात पाच जण जागीच ठार
દિન-દહાડે છરીની ધારે લૂંટ...
દિન-દહાડે છરીની ધારે લૂંટ...
Mumbai Fire: Times Tower बिल्डिंग में लगी भीषण आग, मौके पर दमकल की 8 गाड़ियां मौजूद | Aaj Tak
Mumbai Fire: Times Tower बिल्डिंग में लगी भीषण आग, मौके पर दमकल की 8 गाड़ियां मौजूद | Aaj Tak