৩ চেপ্তেম্বৰ অৰ্থাৎ অভিৰুচী দিৱস । অৰ্জুন বটা বিজয়ী প্ৰথম অসমীয়া খেলুৱৈ ভোগেশ্বৰ বৰুৱাৰ জন্ম দিন উপলক্ষে সমগ্র অসমতে অভিৰুচী দিৱস কৰিছে পালন । সমান্তৰালকৈ মৰাণত অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ চমুকৈ ABVP মৰাণ শাখাৰ উদ্যোগত অভিৰুচি ক্ৰীড়া দিৱসৰ লগত সংগতি ৰাখি চতুৰ্থ বাৰ্ষিকৰ বাবে আয়োজন কৰে ২১ কিলমিটাৰ দৈঘ্যৰ সদৌ অসম ভিত্তিত পুৰুষ আৰু মহিলাৰ প্ৰাইজমণি মাৰাথন প্ৰতিযোগিতা । মৰাণ শেনছোৱা পুখুৰীৰ পৰা আৰম্ভ কৰা এই প্ৰাইজমণি মাৰাথন দৌৰ প্ৰতিযোগিতাৰ শুভাৰম্ভ কৰে মন্ত্ৰী যোগেন মহন আৰু বিধায়ক চক্ৰধৰ গগৈয়ে। এই মাৰাথন প্ৰতিযোগিতাৰ অন্ত পৰে মৰাণ মহাবিদ্যালয়ৰ খেলপথাৰত। এই অভিৰুচি ক্ৰীড়া দিৱস বিভিন্ন প্ৰতিযোগিতাৰে দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হয়।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
আজমেৰত প্ৰতিমা বিসৰ্জন দিয়াৰ সময়ত বৰষুণৰ পানীৰে ভৰা খাৱৈত পৰি ৫ জন যুৱকৰ মৃত্যু
ৰাজস্থানৰ আজমেৰ জিলাৰ নাছিৰাবাদ সদৰ থানা এলেকাত বুধবাৰে প্ৰতিমা বিসৰ্জন দিয়াৰ সময়ত বৰষুণৰ পানীৰে...
ડીસા રાજપુર ગામે રાજ રાજેશ્વરી મેલડી માતાજીનાં મંદિરે હવન યજ્ઞનું આયોજન કરાયું
ડીસા રાજપુર ગામે રાજ રાજેશ્વરી મેલડી માતાજીનાં મંદિરે હવન યજ્ઞનું આયોજન કરાયું
সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা আৰু অসম গোৰ্খা সন্মিলন চৰাইদেউ জিলা সমিতিৰ যৌথ সভা সম্পন্ন
সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা আৰু অসম গোৰ্খা সন্মিলন চৰাইদেউ জিলা সমিতিৰ যৌথ সভা আজি সোণাৰি দুৰ্গা...
મહારાષ્ટ્ર સરકારની રાજ્યના લોકોને અપીલ, કહ્યું- આઝાદીના 75 વર્ષ પૂરા થવા પર આજે 11 વાગ્યે સામૂહિક રાષ્ટ્રગીત કરો
આઝાદીની 75મી વર્ષગાંઠના અવસર પર મહારાષ્ટ્ર સરકારે રાજ્યના તમામ લોકોને રાષ્ટ્રગીત ગાવાની અપીલ કરી...