ৰহা একমাত্ৰ উচ্চ শিক্ষা প্ৰতিষ্ঠান ৰহা মহাবিদ্যালয় ৰ অধ্যক্ষ ড° বেদ কুমাৰ চলিহাক EIILM Kolkataৰ NE leadership award অহাকালি গুৱাহাটী VIVANTA ত প্ৰদান কৰা হব।

    ড° বেদ কুমাৰ চলিহা ৰ দ্বাৰা শিক্ষা ৰ ক্ষেত্ৰত দিয়া অৱদান ৰ বাবে EIILM Kolkataয়ে এই বঁটা প্ৰদান কৰিব।