যোৰহাটৰ নিমাতী বৰআলিৰ কাষৰ পটিয়া-ফকলা পথাৰস্থিত অমৰাৱতী বৃদ্ধাশ্ৰমত ১৩ ছেপ্টেম্বৰৰ বিয়লি যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন গগৈ উপস্থিত হৈ বৃদ্ধাশ্ৰমখন পৰিদৰ্শন কৰাৰ লগতে উন্নয়নমূলক কামত ব্যয় কৰিবলৈ ১০ লাখ টকা অনুদান ৰূপে প্ৰদানৰ ঘোষণা কৰে। লগতে সাংসদজনে জনস্বাস্থ্য কাৰিকৰী বিভাগে প্ৰতিষ্ঠা কৰা খোৱাপানী যোগান আঁচনি ফিটা কাটি মুকলি কৰে। ডে কেয়াৰ হম সম্পূর্ণ কৰাৰ ক্ষেত্রত বিভাগীয় মন্ত্রী অজন্তা নেওগৰ সৈতে আলোচনা কৰা হ'ব বুলিও সাংসদজনে উপস্থিতসকলক অৱগত কৰে।যোৰহাট জিলা পৰিষদৰ চি অ' গৰাকীক অমৰাৱতীলৈ সাংসদজনে মতাই নি অমৰাৱতীলৈ যাতায়াত কৰা বাট-পথ, পুখুৰীৰ পাৰ আদি সুচল কৰাৰ ক্ষেত্রত পঞ্চায়তৰ জৰিয়তে ধনৰ আৱণ্টনৰ ব্যৱস্থা কৰিবলৈও সাংসদজনে অনুৰোধ কৰে। সাংসদজনক অমৰাৱতীৰ তৰফৰ পৰা আদৰণি জনোঁৱাৰ লগতে অমৰাৱতীৰ সৈতে জড়িত ভালেসংখ্যক লোক উক্ত সময়ত উপস্থিত আছিল।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
જ્યોતયાત્રા, મશાલ યાત્રા અને ત્રિશૂળ યાત્રાનો ત્રિવેણી સંગમ યોજાયો..
જ્યોતયાત્રા, મશાલ યાત્રા અને ત્રિશૂળ યાત્રાનો ત્રિવેણી સંગમ યોજાયો..
লোকপিয় গোপীনাথ বৰদলৈৰ পুণ্য তিথি উপলক্ষে সোণাৰীত লোক কল্যাণ দিৱস আয়োজন
চৰাইদেউ জিলাৰ সোণাৰিত ভাৰত ৰত্ন তথা অসমৰ প্ৰথম জন মুখ্যমন্ত্ৰী লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ পুণ্য...
Breaking News: Donald Trump ने अटॉर्नी जनरल पद के लिए Pam Bondi को अपना नया कैंडिडेट बनाया | Aaj Tak
Breaking News: Donald Trump ने अटॉर्नी जनरल पद के लिए Pam Bondi को अपना नया कैंडिडेट बनाया | Aaj Tak
KHUMTAI 11-12-2022SLug : KHUMTAI NA KHOWA Anchor : এতিয়া আঘোন মাহ । ভড়াললৈ সোণগুটি চপোৱাৰ সময় ।
KHUMTAI 11-12-2022SLug : KHUMTAI NA KHOWA Anchor : এতিয়া আঘোন মাহ । ভড়াললৈ সোণগুটি চপোৱাৰ সময় ।
নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ নিৰ্মাণকাৰীসংন্থা এন এইচ পি চিৰ বিৰুদ্ধে পৃথকে পৃথকে আন্দোলন
নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ নিৰ্মাণকাৰীসংন্থা এন এইচ পি চিৰ বিৰুদ্ধে পৃথকে পৃথকে আন্দোলন