আজি ৰাজ্যৰ অন্যন্যা দুখন চিকিৎসা মহাবিদ্যালয়ৰ লগতে নৱনিৰ্মীত নলবাৰী চিকিৎসা মহাবিদ্যালয়টো পাঠ্যক্ৰম আৰম্ভ হয়৷৮৯ জন ছাত্ৰছাত্ৰীৰে আৰম্ভ হয় নতুন পাঠ্যক্ৰমৰ৷পাঠ্যক্ৰম আৰম্ভণিৰ পূৰ্বে ছাত্ৰছাত্ৰী সকলক শপত বাক্য পাঠ কৰোৱা হয়৷অনুষ্ঠানত অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী তথা নলবাৰী বিধান সভা সমষ্টিৰ বিধায়ক জয়ন্ত মল্ল বৰুৱা,নলবাৰী জিলা আয়ুক্ত বৰ্নালী ডেকা,নলবাৰী চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ ডা°বাবুল বেজবৰুৱা, নলবাৰীৰ যুটীয়া স্বাস্থ্য সঞ্চালকে ধৰি কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকে৷উল্লেখ্য যে নলবাৰীৰ ৰাইজৰ বহু আকাংক্ষিত উক্ত চিকিৎসা মহাবিদ্যালয় খনত আজিৰে পৰা পাঠ্যক্ৰম আৰম্ভ হোৱাত জিলাবাসীয়ে আনন্দ প্ৰকাশ কৰিছে৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
નહેરુ યુવા કેન્દ્ર પાટણ દ્વારા જિલ્લા કક્ષાના યુવા ઉત્સવની ઉજવણી કરાઈ
નહેરુ યુવા કેન્દ્ર પાટણ દ્વારા જિલ્લા કક્ષાના યુવા ઉત્સવની ઉજવણી કરાઈ
પાટણ: યુવા...
Bomb Threat: कब थमेगा विमानों में बम होने की धमकी का सिलसिला; अब 100 से ज्यादा उड़ानों को आई खतरे की कॉल
नई दिल्ली। देश में विमानों को धमकियां देने का सिलसिला खत्म होने का नाम नहीं ले रहा है।...