ডিব্ৰুগড় জিলাৰ মৰাণ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্য্যালয়ৰ অন্তৰ্গত মৰাণ তিলৈ স্থিত বাজপেয়ী ভৱনত মুখ্যমন্ত্ৰীৰ সাহাৰ্য্য পূঁজিৰ চেক বিধায়ক চক্ৰধৰ গগৈয়ে বুধবাৰে বিয়লি প্ৰায় তিনিমান বজাত বিতৰণ কৰে। মৰাণ বিধান সভা সমষ্টিৰ অন্তৰ্গত মুঠ দুশ আশী গৰাকী পুৰুষ আৰু মহিলালৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ মুখ্যমন্ত্ৰী সাহাৰ্য্য পূঁজিৰ শিতানৰ পৰা চেক যোগে পূঁজি বিতৰণ কৰে। এই অনুষ্ঠানত ভাৰতীয় জনতা পাৰ্টিৰ খোৱাং মণ্ডলৰ সভাপতি আৰু বিষয় ববীয়াক প্ৰমুখ্যে কৰি কাৰ্যকৰ্তা আৰু হিতাধিকাৰী সকল উপস্থিত থাকে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
চাইকেলেৰে ভাৰত ভ্ৰমণ কৰি মৰাণ পালেহি পশ্চিমবঙ্গৰ মাধাই পাল
চাইকেলেৰে ভাৰত ভ্ৰমণ কৰি মৰাণ পালেহি পশ্চিমবঙ্গৰ মাধাই পাল
महिला ने पति से मांगे गुजारा भत्ता के लिए 6 लाख रुपये महीना, जज ने दिया ऐसा आदेश; हर कोई कर रहा तारीफ
नई दिल्ली। कर्नाटक हाई कोर्ट ने अपने पति से अलग रह रही पत्नी की उस याचिका पर आपत्ति जताई है,...
कौन हैं शिगेरू इशिबा जो बने जापान के नए प्रधानमंत्री, फुमियो किशिदा की लेंगे जगह
जापान की सत्तारूढ़ पार्टी ने शुक्रवार को पूर्व रक्षा मंत्री शिगेरू इशिबा को नेता चुना,जिससे उनका...
Gujarati film Chhello is India's official entry for Oscars 2023
The Film Federation of India has announced India's official entry to the Oscars 2023. The...