ডিব্ৰুগড় জিলাৰ মৰাণ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্য্যালয়ৰ অন্তৰ্গত মৰাণ তিলৈ স্থিত বাজপেয়ী ভৱনত মুখ্যমন্ত্ৰীৰ সাহাৰ্য্য পূঁজিৰ চেক বিধায়ক চক্ৰধৰ গগৈয়ে বুধবাৰে বিয়লি প্ৰায় তিনিমান বজাত বিতৰণ কৰে। মৰাণ বিধান সভা সমষ্টিৰ অন্তৰ্গত মুঠ দুশ আশী গৰাকী পুৰুষ আৰু মহিলালৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ মুখ্যমন্ত্ৰী সাহাৰ্য্য পূঁজিৰ শিতানৰ পৰা চেক যোগে পূঁজি বিতৰণ কৰে। এই অনুষ্ঠানত ভাৰতীয় জনতা পাৰ্টিৰ খোৱাং মণ্ডলৰ সভাপতি আৰু বিষয় ববীয়াক প্ৰমুখ্যে কৰি কাৰ্যকৰ্তা আৰু হিতাধিকাৰী সকল উপস্থিত থাকে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
અમદાવાદના દરિયાપુરમાં MD ડ્રગ્સનું વેચાણ કરતાં સુધી પહોંચવા SOG ની ટીમ વેષ પલટો કરતાં મળી સફળતા.
અમદાવાદના દરિયાપુરમાં MD ડ્રગ્સનું વેચાણ કરતાં સુધી પહોંચવા SOG ની ટીમ વેષ પલટો કરતાં મળી સફળતા.
હાથ માં વાટકી લઈ પહોંચ્યા ધારાસભ્ય ના કાર્યાલય પર
હાથ માં વાટકી લઈ પહોંચ્યા ધારાસભ્ય ના કાર્યાલય પર
સુરતના માંડવી કાંકરાપાર લાઇટિંગ સાથે ડેમનો અદભુત નજારો
સુરતના માંડવી કાંકરાપાર લાઇટિંગ સાથે ડેમનો અદભુત નજારો
केज शहरात पोलिसांचे पथसंचलन
केज :-
केजमध्ये गणेश विसर्जनाच्या पार्श्वभूमीवर सहाय्यक पोलीस अधीक्षक पंकज कुमावत यांच्या...