বিশ্ব আদিবাসী দিৱসৰ উপলক্ষে অসমৰ আদিবাসী জনগোষ্ঠীক জনজাতিকৰণৰ দাবীত ডিব্ৰুগড়ত প্ৰতিবাদ সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ। ডিব্ৰুগড় খনিকৰ চাৰিআলিৰ বাইপাছত হাতে হাতে ধেনু-ষাড় লৈ মাদল বজাই বিভিন্ন শ্লোগানেৰে সাব্যস্ত কৰিলে প্ৰতিবাদ। চাহ শ্ৰমিকক ভূমি আৱন্টন দিয়া, মাটিৰ পট্টা প্ৰদান কৰা আদি দাবীসমূহ উত্থাপন কৰে। তদুপৰি বাগিচা আৰু কলঘৰত চাহ শ্ৰমিকৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ বাবেও দাবী জনাইছে প্ৰতিবাদকাৰীসকলে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
কিদৰে চলিছে 2nd APBN অসম আৰক্ষীৰ প্ৰশিক্ষণ ? চাওক ভিডিঅ' ...
কিদৰে চলিছে 2nd APBN অসম আৰক্ষীৰ প্ৰশিক্ষণ ? চাওক ভিডিঅ' ...
ગોતા વિસ્તારમાં APPLE CINEMA જેમાં આધુનિક Dolby SOUND SYSTEM, 3D-4D SCREEN સાથે GAME ZONE ની મજા,
ગોતા વિસ્તારમાં APPLE CINEMA જેમાં આધુનિક Dolby SOUND SYSTEM, 3D-4D SCREEN સાથે GAME ZONE ની મજા,
Weather forecast: Heavy rainfall predicted in THESE parts of Gujarat for next 5 days | Zee News
Weather forecast: Heavy rainfall predicted in THESE parts of Gujarat for next 5 days | Zee News
ઓલપાડ તાલુકાના અછારણ ગામના ખેડૂત 3 એકરમાં વિદેશી કમલમની દેશી ઢબે ખેતી કરી રૂ.12 લાખનો ચોખ્ખો નફો
ઓલપાડ તાલુકાના અછારણ ગામના ખેડૂત 3 એકરમાં વિદેશી કમલમની દેશી ઢબે ખેતી કરી રૂ.12 લાખનો ચોખ્ખો નફો