বিশ্ব আদিবাসী দিৱসৰ উপলক্ষে অসমৰ আদিবাসী জনগোষ্ঠীক জনজাতিকৰণৰ দাবীত ডিব্ৰুগড়ত প্ৰতিবাদ সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ। ডিব্ৰুগড় খনিকৰ চাৰিআলিৰ বাইপাছত হাতে হাতে ধেনু-ষাড় লৈ মাদল বজাই বিভিন্ন শ্লোগানেৰে সাব্যস্ত কৰিলে প্ৰতিবাদ। চাহ শ্ৰমিকক ভূমি আৱন্টন দিয়া, মাটিৰ পট্টা প্ৰদান কৰা আদি দাবীসমূহ উত্থাপন কৰে। তদুপৰি বাগিচা আৰু কলঘৰত চাহ শ্ৰমিকৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ বাবেও দাবী জনাইছে প্ৰতিবাদকাৰীসকলে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
લોકેશન જણાવીને કંપનીઓ કરોડો કમાય છે.. ગૂગલ અને ફેસબુક જેવી કંપનીઓ તમારો ડેટા કોઇ માગે તો સરળતાથી આપી રહી છે
લોકેશન જણાવવાના પૈસા મળે છે...જી હાં તમે ક્યાં છો એ જણાવીને ઘણી કંપનીઓ કરોડો રૂપિયા કમાઇ રહી છે....
দৰং জিলা প্ৰশাসনৰ সজাগতা মূলক চাইকেল ৰেলী
আজাদী কা অমৃত মহোৎসৱ উপলক্ষে দৰং জিলাত আৰক্ষীৰ চাইকেল যাত্ৰা।
সমগ্ৰ দেশে পালন কৰিছে আজাদী কা...
રાજકોટ ના કોઠારીયા વિસ્તાર માં સ્વાતિ પાર્ક માં મર્ડર
રાજકોટના કોઠારિયા રોડ પર આવેલા સ્વાતિ પાર્ક વિસ્તારમાં અંગત ઝઘડાં માં એક અજાણ્યા પરપ્રાંતિય નું...
খোৱাংত খোৱাং চাহ বাগিচাৰ চাহ মজদুৰ মহিলা সমিতিৰ আৰু ইউনিটৰ উদ্যোগত সজাগতা সভা অনুষ্ঠিত
অসম চাহ মজদুৰ সংঘ মৰাণ শাখা ডিব্ৰুগড় জিলাৰ মৰাণ ৰাজহ চক্ৰৰ অন্তৰ্ভুক্ত খোৱাং চাহ বাগিচাৰ চাহ...
ભાટીયા એલ. એન. પી. હાઈસ્કુલ ખાતે કલ્યાણપુર તાલુકા કક્ષાનો કલા મહાકુંભ – 2022 યોજાયો
ભાટીયા એલ. એન. પી. હાઈસ્કુલ ખાતે કલ્યાણપુર તાલુકા કક્ષાનો કલા મહાકુંભ – 2022 યોજાયો