বাক্সা জিলাৰ গোৰেশ্বৰ ৰাজহ চক্ৰৰ অন্তৰ্গত গোৰেশ্বৰৰ কেৰ্পাভিঠা গাওঁৰ এগৰাকী ১০ বছৰীয়া কিশোৰী আজি সন্ধিয়া প্ৰায় ৭ বজাৰ পৰা নিৰুদ্দেশ হোৱা ঘটনাই অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যই বিৰাজ কৰিছে। জানিব পৰা মতে কেৰ্পাভিঠা গাওৰ কেশৱ ৰাজবংশীৰ ঘৰৰ পৰা আজি সন্ধিয়া ৭ বজাৰ পৰা নিৰুদ্বেশ হৈ আছে৷ বৰ্তমানেও কোনো সন্ধান পোৱা নাই কিশোৰীগৰাকীৰ। মাতৃহীনা কিশোৰীগৰাকীৰ কোনো লোকে সন্ধান পালে ওচৰৰ আৰক্ষী চকীত খৱৰ দিবলৈ পৰিয়ালৰ লোকে আহ্বান জনাইছে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Toronto চলচ্চিত্ৰ মহোৎসৱত World Premiere-ৰ বাবে নিৰ্বাচিত ৰীমা দাসৰ Tora’s Husband
Village Rockstars আৰু Bulbul Can Sing-ৰ জৰিয়তে ইতিমধ্যে দেশ-বিদেশৰ চলচ্চিত্ৰ অনুৰাগী আৰু...
સાવલીમાં ભાજપ અને કોંગ્રેસે સરદાર પટેલની જન્મ જયંતિ સાદગીથી ઉજવણી કરી
સાવલીમાં ભાજપ અને કોંગ્રેસે સરદાર પટેલની જન્મ જયંતિ સાદગીથી ઉજવણી કરી
গহপুৰ মহকুমাৰ হেলেম ৰাজহ চক্ৰৰ কাৰ্যালয়ত উলহমালহেৰে উদযাপন হৈছে স্বাধীনতাৰ অমৃত মহোৎসৱ
গহপুৰ মহকুমাৰ হেলেম ৰাজহ চক্ৰৰ কাৰ্যালয়ত স্বাধীনতাৰ অমৃত মহোৎসৱ উলহমালহেৰে উদযাপন হৈ আছে ৷ আজিৰে...
વડોદરા નજીક આવેલ કેલનપુર ખાતે વીજ જોડાણ કાપવા ગયેલા કર્મીને લાફા મારનાર શખ્સ ને એક વર્ષની સજા ફટકારી
વડોદરા નજીક આવેલ કેલનપુર ખાતે વીજ જોડાણ કાપવા ગયેલા કર્મીને લાફા મારનાર શખ્સ ને એક વર્ષની સજા ફટકારી
LPG पर २०० रूपए कम होने पर CM योगी जी का निवेदन, @ALLINDIAVOICE23 #aiv
LPG पर २०० रूपए कम होने पर CM योगी जी का निवेदन, @ALLINDIAVOICE23 #aiv