বাক্সা জিলাৰ গোৰেশ্বৰ ৰাজহ চক্ৰৰ অন্তৰ্গত গোৰেশ্বৰৰ কেৰ্পাভিঠা গাওঁৰ এগৰাকী ১০ বছৰীয়া কিশোৰী আজি সন্ধিয়া প্ৰায় ৭ বজাৰ পৰা নিৰুদ্দেশ হোৱা ঘটনাই অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যই বিৰাজ কৰিছে। জানিব পৰা মতে কেৰ্পাভিঠা গাওৰ কেশৱ ৰাজবংশীৰ ঘৰৰ পৰা আজি সন্ধিয়া ৭ বজাৰ পৰা নিৰুদ্বেশ হৈ আছে৷ বৰ্তমানেও কোনো সন্ধান পোৱা নাই কিশোৰীগৰাকীৰ। মাতৃহীনা কিশোৰীগৰাকীৰ কোনো লোকে সন্ধান পালে ওচৰৰ আৰক্ষী চকীত খৱৰ দিবলৈ পৰিয়ালৰ লোকে আহ্বান জনাইছে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
মৰানত সন্দেহজনক দুই ডকাইতক আটক কৰি ৰাইজে মৰানহাট আৰক্ষীক গটালে
মৰানত সন্দেহজনক দুই ডকাইতক আটক কৰি ৰাইজে মৰানহাট আৰক্ষীক গটালে
ડીસા તાલુકાની સરકારી શાળાઓ માં ઓરડાની ઘટની સમસ્યા હવે દૂર થશે
ડીસા તાલુકાની સરકારી શાળાઓમાં ઓરડાઓની ઘટ ના લીધે શાળામાં અભ્યાસ કરતા વિદ્યાર્થીઓને ઉનાળુ શિયાળો...
भारत ने 7 विकेट से जीता कानपुर टेस्ट:बांग्लादेश के खिलाफ 2-0 से क्लीन स्वीप किया; जायसवाल की फिफ्टी
भारत ने कानपुर टेस्ट में बांग्लादेश को 7 विकेट से हरा दिया है। इसी के साथ टीम इंडिया ने सीरीज में...
Sandeep Maheshwari vs Vivek Bindra मामले में हाई कोर्ट के सामने क्या खुल गया?
Sandeep Maheshwari vs Vivek Bindra मामले में हाई कोर्ट के सामने क्या खुल गया?
Sarnath में बुद्ध स्तूपों को किसने तोड़ा था, कैसे हुई राष्ट्रीय चिन्ह की खोज | Tarikh E638
Sarnath में बुद्ध स्तूपों को किसने तोड़ा था, कैसे हुई राष्ट्रीय चिन्ह की खोज | Tarikh E638