কামৰূপ আৰু নলবাৰী জিলা সংযোগী এটি পথ হ’ল বগল’চ ৰোড৷মনকৰিবলগীয়া যে উক্ত পথটো দীৰ্ঘ বছৰৰ পৰা সম্পূৰ্ণকৈ যোগাযোগৰ বিচিন্ন হৈ আছিল৷উক্ত পথত বৰলীয়া নৈৰ ওপৰৰ চমুখাত থকা পকী দলংখন পোন্ধৰ বছৰে পৰিত্যক্ত অৱস্থাৰ পৰা বৰ্তমান সম্পূৰ্ণ হৈছে৷তাৰপিচতো পথৰো যাতায়তৰ সুগম হোৱা নাই৷ইয়াৰে বৰলীয়া নৈৰ পশ্চিম দিশৰ পৰা বগল’চ ৰোড চকলৈ পথ চোৱা প্লেভাৰ ব্লকৰে পকী কৰিছিল যদিও তাক বৰ্তমান উখহি বিপদজনক হবলৈ গৈ আছে৷ইয়াৰ মাজতে ১নংধুহিত থকা পকীদলংৰ পশ্চিম দিশত এটি প্ৰকাণ্ড গাত হৈ বিপদ জনক হৈ পৰিছে৷উক্ত গাতটো সোনকালে মেৰামতি নকৰিলে ভয়াবহ বিপদৰ আশংকা কৰিছে স্থানীয় ৰাইজে৷সেয়েহে ৰাইজে শিঘ্ৰে উক্ত গাতটো মাৰি পথটো সুচল কৰাৰ বাবে দাবী জনাইছে৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
पाचोडमध्ये महावीर जयंती उत्साहात साजरी
पाचोडमध्ये महावीर जयंती उत्साहात साजरी.
पाचोड(विजय चिडे) जगाला 'जिओ और जिने दो'चा संदेश देणाऱ्या...
*થરાદ ડીસા હાઈવે ઉપર જેતડા પાસે બે ટ્રક વચ્ચે અકસ્માત*
થરાદ ડીસા હાઈવે ઉપર જેતડા પાસે બે ટ્રક વચ્ચે અકસ્માત
થરાદ વિસ્તારમાં રોડ અકસ્માત નો દિવસે ને...
कोकण किनारी भागातील लँडींग पॉईंटवर लक्ष केंद्रीत करणार; पोलीस अधीक्षक धनंजय कुलकर्णी यांची माहिती
रत्नागिरी : जिल्ह्यातील गुन्हेगारी नियंत्रित ठेवण्याबरोबरच किनारा सुरक्षा अधिक सक्षम करणे आवश्यक...
ફતેપુરા ૧૨૯-વિધાનસભા મત વિસ્તારના ગુજરાત નવનિર્માણ સેના ના ઉમેદવાર રાકેશ કિશોરી એ ઉમેદવારી નોંધાવી.
ફતેપુરા ૧૨૯-વિધાનસભા મત વિસ્તારના ગુજરાત નવનિર્માણ સેના ના ઉમેદવાર રાકેશ કિશોરી એ ઉમેદવારી...
PM Modi Full Speech: बस्ती की जनसभा में Akhilesh-Rahul पर बरसे PM Modi, विपक्ष पर कसा तंज | Aaj Tak
PM Modi Full Speech: बस्ती की जनसभा में Akhilesh-Rahul पर बरसे PM Modi, विपक्ष पर कसा तंज | Aaj Tak