কামৰূপ আৰু নলবাৰী জিলা সংযোগী এটি পথ হ’ল বগল’চ ৰোড৷মনকৰিবলগীয়া যে উক্ত পথটো দীৰ্ঘ বছৰৰ পৰা সম্পূৰ্ণকৈ যোগাযোগৰ বিচিন্ন হৈ আছিল৷উক্ত পথত বৰলীয়া নৈৰ ওপৰৰ চমুখাত থকা পকী দলংখন পোন্ধৰ বছৰে পৰিত্যক্ত অৱস্থাৰ পৰা বৰ্তমান সম্পূৰ্ণ হৈছে৷তাৰপিচতো পথৰো যাতায়তৰ সুগম হোৱা নাই৷ইয়াৰে বৰলীয়া নৈৰ পশ্চিম দিশৰ পৰা বগল’চ ৰোড চকলৈ পথ চোৱা প্লেভাৰ ব্লকৰে পকী কৰিছিল যদিও তাক বৰ্তমান উখহি বিপদজনক হবলৈ গৈ আছে৷ইয়াৰ মাজতে ১নংধুহিত থকা পকীদলংৰ পশ্চিম দিশত এটি প্ৰকাণ্ড গাত হৈ বিপদ জনক হৈ পৰিছে৷উক্ত গাতটো সোনকালে মেৰামতি নকৰিলে ভয়াবহ বিপদৰ আশংকা কৰিছে স্থানীয় ৰাইজে৷সেয়েহে ৰাইজে শিঘ্ৰে উক্ত গাতটো মাৰি পথটো সুচল কৰাৰ বাবে দাবী জনাইছে৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
टेक स्टार्टअप में बोर्ड और फाउंडर के बीच हाई वोल्टेज ड्रामा, सीईओ के पद पर दो लोगों का दावा
इजरायल के टेक स्टर्टअप में हाई वोल्टेज ड्रामा चल रहा है। यहां सीईओ पद पर बोर्ड और फाउंडर के बीच...
मतगणना से पहले कांग्रेस अलर्ट मोड़ पर,कर ली है देशभर में ये बड़ी तैयारी
लोकसभा चुनाव में वोटिंग के रियल टाइम और अंतिम आंकड़ों को लेकर मचे घमासान के बीच कांग्रेस अलर्ट हो...
দেশৰ প্ৰতিখন বিদ্যালয়-মহাবিদ্যালয়ৰ পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰক লাচিত বৰফুকনৰ বীৰ গাঁথা : মুখ্যমন্ত্ৰী শৰ্মা
মহাবীৰ লাচিত বৰফুকনৰ বীৰ গাঁথাৰ বিষয়ে দেশৰ প্ৰতিখন বিদ্যালয়-মহাবিদ্যালয়ৰে পাঠ্যক্ৰমত সন্নিবিষ্ট...
ભારતીય જનતા પાર્ટીના નેતા અને દેશના ગૃહ મંત્રી અમિત શાહ ડીસામાં /SABANDH BHARAT NEWS /DEESA
ભારતીય જનતા પાર્ટીના નેતા અને દેશના ગૃહ મંત્રી અમિત શાહ ડીસામાં /SABANDH BHARAT NEWS /DEESA
Bangladesh Beat Sri Lanka: World Cup में क्या बांग्लादेश ने की चीटिंग? Angelo Mathews हुए टाइम्ड ऑउट
Bangladesh Beat Sri Lanka: World Cup में क्या बांग्लादेश ने की चीटिंग? Angelo Mathews हुए टाइम्ड ऑउट