কামৰূপ জিলাৰ পশ্চিম বড়িগোগ মৌজাৰ অন্যতম বেচৰকাৰী সংস্থা অন্বেষণ স্বেচ্ছাসেৱী সংগঠনৰ উদ্যোগত অহা ১৬ জুলাই ৰবিবাৰে দিনৰ ১১-০০ বজাত পশ্চিম বড়িগোগ আঞ্চলিক কলেজ প্ৰাংগনত এটি বিনামূলীয়া চিকিৎসা শিবিৰৰ আয়োজন কৰিছে৷Redcliffe D D Health Corner ৰ সহযোগত আয়োজিত উক্ত চিকিৎসা শিবিৰত কেইবাজনো অভিজ্ঞ চিকিৎসকে চিকিৎসা সেৱা আগবঢ়াব৷উক্ত শিবিৰত ইচ্ছুক ৰাইজক সহযোগ কৰিবলৈ আয়োজক সংস্থাটোৱে আহ্বান জনাইছে৷ইয়াৰোপৰি উক্ত এন জি অ টোৱে মহাবিদ্যালয় প্ৰেক্ষাগৃহত অঞ্চলৰ পৰা এইবেলি হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ছাত্ৰছাত্ৰী সকলক সম্বৰ্ধনা জনোৱাৰো আয়োজন কৰিছে৷দুয়োটা অনুষ্ঠানতে ৰাইজৰ সহযোগ কামনা কৰিছে এন জি অ টোৱে৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Vivo लाया सस्ता स्मार्टफोन, 50MP प्राइमरी कैमरा और 5000 mAh की बैटरी जैसी खूबियां
Vivo ने अपनी Y सीरीज के तहत एक नया स्मार्टफोन भारत में लॉन्च किया है। इसे 10000 रुपये से भी कम...
ಬೆಂಗಳೂರಿನ ಅರಮನೆ ಮೈದಾನದ ಪ್ರಿನ್ಸೆಸ್ ಶ್ರೇನ್ ಸಭಾಂಗಣದಲ್ಲಿ ಏಪ್ರಿಲ್ 4ರಂದು ಕರ್ನಾಟಕ ರಾಜ್ಯ ಸರ್ಕಾರಿ ನಿವೃತ್ತ ನೌಕರರ ಸಂಘದ ವತಿಯಿಂದ "ರಾಜ್ಯ ಮಟ್ಟದ ಕಾರ್ಯಾಗಾರ ಹಾಗೂ ಬೃಹತ್ ಸಮಾವೇಶ" ನಡೆಯಲಿದೆ.
ಬೆಂಗಳೂರು, ಮಾರ್ಚ್ 15, 2025
ಬೆಂಗಳೂರು ಪ್ರೆಸ್ ಕ್ಲಬ್ ನಲ್ಲಿ 'ಕರ್ನಾಟಕ ರಾಜ್ಯ ಸರ್ಕಾರಿ ನಿವೃತ್ತ ನೌಕರರ...
Petrol vs Electric Scooter: इलेक्ट्रिक या पेट्रोल स्कूटर, जानें कौन है बेहतर
Petrol vs Electric Scooter हम यहां पर आपको बता रहे हैं कि इलेक्ट्रिक और पेट्रोल स्कूटर में से कौन...
ওদালগুৰিৰ ডিমাকুছিত আদিবাসী শান্তি চুক্তিৰ স্বাক্ষৰকাৰীক উষ্ম আদৰণি
ওদালগুৰিৰ ডিমাকুছিত আদিবাসী শান্তি চুক্তিৰ স্বাক্ষৰকাৰীক উষ্ম আদৰণি