শোণিতপুৰ জিলাৰ চাৰিদুৱাৰত জব্দ গাঞ্জা৷ AS27 A 2956 নম্বৰৰ এখন এল্ট’ গাড়ীত কঢ়িয়াই আনিছিল গাঞ্জা খিনি৷ গাঞ্জা সৰবৰাহকাৰী ফয়জুল হক আৰু ৰাজীৱ দৈমাৰীক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে৷ গাঞ্জাখিনি ওডালগুৰি মাজবাটৰ পৰা তেজপুৰ গুডামঘাটলৈ অনা বুলি আৰক্ষীৰ জেৰাত স্বীকাৰ কৰিছে৷তেজপুৰৰ বৰাঘাট আৰক্ষী আৰু চাৰিদুৱাৰ আৰক্ষীয়ে চলোৱা যুটীয়া অভিযানত শিঙিতলীৰ ফয়জুল হকৰ ঘৰৰপৰা জব্দকৰে প্ৰায় ২১ কেজী গাঞ্জা।জব্দকৰা গাঞ্জাখিনিৰ মূল্য দহলাখ পঞ্চাশ হাজাৰ হব।ইতিমধ্যে ঘটনা সন্দৰ্ভত মজিবুৰ ৰহমান,ফয়জুল ইছলাম,ফয়জুল হক আৰু ৰাজীব দৈমাৰীক আটক কৰে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Weather Update Today: दिल्ली में कब मिलेगी उमस से राहत, मौसम विभाग ने दिया अपडेट; पढ़ें अन्य राज्यों का हाल
भारतीय मौसम विज्ञान विभाग (आईएमडी) ने बताया कि राष्ट्रीय राजधानी नई दिल्ली में बुधवार को उमस भरी...
નામીબિયાથી સ્પેશિયલ પ્લેનમાં ભારત આવી રહ્યા છે ચિત્તા, એરલાઈન્સ કંપનીએ ફ્લાઇટની તસવીર જાહેર કરી
ટૂંક સમયમાં જ દેશવાસીઓને મધ્યપ્રદેશના શ્યોપુર જિલ્લામાં સ્થિત કુનો નેશનલ પાર્કમાં આફ્રિકન ચિત્તા...
গোৰেশ্বৰত গোৰেশ্বৰ আঞ্চলিক ৰাস উদযাপন সমিতিৰ সাধাৰণ সভা অনুষ্ঠিত,নতুন সমিতি গঠন
গোৰেশ্বৰত গোৰেশ্বৰ আঞ্চলিক ৰাস উদযাপন সমিতিৰ সাধাৰণ সভা অনুষ্ঠিত,নতুন সমিতি গঠন
વડાપ્રધાન નરેન્દ્ર મોદીએ નેત્રંગમાં વિશાળ જનસભાને સંબોધી કોંગ્રેસ પર આકરા પ્રહાર કર્યા...
વડાપ્રધાન નરેન્દ્ર મોદીએ નેત્રંગમાં વિશાળ જનસભાને સંબોધી કોંગ્રેસ પર આકરા પ્રહાર કર્યા...