কামৰূপ জিলাৰ পশ্চিম বড়িগোগ মৌজাৰ অন্যতম বেচৰকাৰী সংস্থা অন্বেষণ স্বেচ্ছাসেৱী সংগঠনৰ উদ্যোগত অহা ১৬ জুলাই ৰবিবাৰে দিনৰ ১১-০০ বজাত পশ্চিম বড়িগোগ আঞ্চলিক কলেজ প্ৰাংগনত এটি বিনামূলীয়া চিকিৎসা শিবিৰৰ আয়োজন কৰিছে৷Redcliffe D D Health Corner ৰ সহযোগত আয়োজিত উক্ত চিকিৎসা শিবিৰত কেইবাজনো অভিজ্ঞ চিকিৎসকে চিকিৎসা সেৱা আগবঢ়াব৷উক্ত শিবিৰত ইচ্ছুক ৰাইজক সহযোগ কৰিবলৈ আয়োজক সংস্থাটোৱে আহ্বান জনাইছে৷ইয়াৰোপৰি উক্ত এন জি অ টোৱে মহাবিদ্যালয় প্ৰেক্ষাগৃহত অঞ্চলৰ পৰা এইবেলি হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ছাত্ৰছাত্ৰী সকলক সম্বৰ্ধনা জনোৱাৰো আয়োজন কৰিছে৷দুয়োটা অনুষ্ঠানতে ৰাইজৰ সহযোগ কামনা কৰিছে এন জি অ টোৱে৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Ulhasnagar | आमदार गणपत गायकवाड | बिजली बिलों में सुधार के लिए बिजली विभाग का शिबर
Ulhasnagar | आमदार गणपत गायकवाड | बिजली बिलों में सुधार के लिए बिजली विभाग का शिबर
बालहक्क संरक्षण संघाची जिल्हाधिकारी बीड मार्फत तक्रार@india report
बालहक्क संरक्षण संघाची जिल्हाधिकारी बीड मार्फत तक्रार@india report
বিশ্বনাথত সুৰাৰ ৰাগীত মাতাল স্বামীয়ে চোকা অস্ত্ৰৰে ঘপিয়ালে পত্নীক
এই ঘটনা সংঘটিত হৈছে বিশ্বনাথৰ গলিয়া গাঁৱত।
তিনি বছৰ আগতে গলিয়াৰ চুমী দেব বিয়া হৈছিল...
ભાવનગરમાં E-FIR એપ્લિકેશન લોન્ચ કરાઈ
#buletinindia #gujarat #bhavnagar
अकोला शहरामध्ये महिलांचे फोटो काढणे चार युवकांना चांगलेच पडले महागात
अकोला शहरामध्ये गर्भा व दांडिया हे खेळत असताना महिलांचे फोटो काढणे चांगलेच पडले महागात. हे चार...