অংগনবাড়ী কৰ্মীৰ পৰা ধন লৈ চাকৰিৰ পৰা নিলম্বিত হ’ল এগৰাকী বিষয়া।

নিলম্বিত ৰহাৰ সংহত শিশু উন্নয়ন প্ৰকল্পৰ বিষয়া ডিম্বেশ্বৰ মহন্ত।

১০ হাজাৰ টকা লৈছিল এগৰাকী অংগনাবাড়ী কৰ্মীৰ পৰা।