ব‍্যৱসায়ী অশোক ধনুকাক ৰক্ষণাবেক্ষণ দিছে আৰক্ষীয়ে ।এই অভিযোগ যুৱ কংগ্ৰেছৰ সভাপতি ড০ অংকিতা দত্ত।কিহৰ বাবে ৰক্ষণা বেক্ষন দিছে অসম পুলিচে।তাৰে উত্তৰ বিচাৰিলে আৰক্ষী সঞ্চালক প্ৰধানলৈ স্মাৰক পত্ৰ প্ৰদান কৰিলে।