কামৰূপ জিলাৰ ৰঙিয়া মহকুমাৰ অন্তৰ্গত ঐতিহাসিক বালিসত্ৰ সৎসংগী চৌহদত আজি প্ৰায় এক কিলোগ্ৰাম মান গো-মাংসৰ টোপোলা উদ্ধাৰ হোৱাত অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে৷উল্লেখ্য যে একাংশ দুস্কৃতিকাৰীয়ে কিছুদিনৰ পৰা হিন্দু মঠ মন্দিৰ আদিত গো-মাংস থৈ অঞ্চলত সাম্প্ৰদায়িক উত্তেজনাৰ সৃষ্টি কৰাৰ পৰিকল্পনা কৰা পৰিলক্ষিত হৈ আহিছে৷আজি পূনৰাই কামৰূপ জিলাৰ ৰঙিয়া মহকুমাৰ ঐতিহাসিক বালিসত্ৰ সৎসংগী সত্ৰত গো-মাংস উদ্ধাৰ হোৱাত ৰাইজৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷অবেশ্যই অঞ্চলটোৰ ৰাইজে গো-মাংসৰ টোপোলাটো প্ৰত্যক্ষ কৰিয়ে স্থানীয় কঞাঁ আৰক্ষী থানাত খৱৰ দিয়ে৷কঞাঁ আৰক্ষীয়ে ততাতৈয়াকৈ ঘটনাস্থলীত উপস্থিত হৈ মাংসৰ টোপোলাটো উদ্ধাৰ কৰি ফৰেনছিক লেবৰেটৰীত পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে৷ঘটনাস্থলীত কামৰূপ জিলা প্ৰশাসনৰ লোকো উপস্থিত থাকে৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
સબ જેલના ઇન્ચાર્જ જેલ અધિક્ષક ને લાંચ લેતા રંગે હાથે ઝડપી પાડતી ACB ગોધરા....
જેલ મુક્ત કરવાના 10.000 ની માંગણી કરતા સબ જેલના ઇન્ચાર્જ જેલ અધિક્ષકને ACB ગોધરાએ લાંચની રકમ લેતા...
બરફીલે બાબા શ્રી કેદારનાથ (જ્યોતિર્લિંગ) ના અલભ્ય દર્શન : સોમેશ્વર મહાદેવ મંદિર
બરફીલે બાબા શ્રી કેદારનાથ (જ્યોતિર્લિંગ) ના અલભ્ય દર્શન : સોમેશ્વર મહાદેવ મંદિર
खत्म हुआ इंतजार! WhatsApp का ये खास फीचर हो गया है लॉन्च, बदल जाएगा यूजर्स का एक्सपीरियंस
वॉट्सऐप अपने कस्टमर्स के लिए अक्सर खास फीचर्स लाता रहता है जिससे यूजर्स का एक्सपीरियंस बेहतर है।...
પાટણ જિલ્લામાં ધમાકેદાર વરસાદ
પાટણ જિલ્લામાં ધમાકેદાર વરસાદ