মৰাণ কৃষি কাৰ্যালয়ত কৃষিবিভাগৰ দ্বাৰা কৃষি যন্ত্ৰপাতি বিতৰণ অনুষ্ঠানত অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী তথা মাহমৰা সমষ্টিৰ বিধায়ক যোগেনমহনে অংশ গ্ৰহন কৰি কৃষকসকলক বিভিন্ন কৃষি যন্ত্ৰপাতি বিতৰণ কৰাৰ সুযোগ পাই আনন্দ প্ৰকাশ কৰাৰ লগতে এই আধুনিক সঁজুলিসমুহে কৃষি উৎপাদনশীলতা আৰু দক্ষতা বহু পৰিমানে বৃদ্ধি ও কৃষক সকলক তেওঁলোকৰ উৎপাদন বৃদ্ধি কৰি তেঁও লোকৰ জীৱিকাৰ উন্নতিৰ কাৰনে শক্তিশালী কৰি তুলিব বুলি মত প্ৰকাশ কৰে।