বানপানীৰ মাজতে নলবাৰী জিলাৰ বৰভাগৰ বৰশিমলুৱাত এজন যুৱক বিদ্যুত পৃষ্ট হৈ মৃত্যু হোৱাত অঞ্চলজুৰি শোকৰ ছা পৰিছে৷উল্লেখ্য যে আজি দুপৰীয়া গাওঁখনৰ ঁঁনিৰঞ্জন দাস আৰু মাতৃ সৰলা দাসৰ তৃতীয় সন্তান সমীন দাসে(২১) গা ধোৱাৰ বাবে মটৰত বিদ্যুত সংযোগ কৰিব খোজা সময়তে দুৰ্ঘটনাটো ঘটে৷অবেশ্যই পৰিয়ালে গাওঁবাসীৰ সহযোগত ততাতৈয়াকৈ চিকিৎসালয়লৈ নিয়ে যদিও ইতিমধ্যে যুৱক জনৰ মৃত্যু হৈছে৷বৰ্তমান যুৱকজনৰ মৃতদেহ মৰনোত্তৰ পৰীক্ষাৰ বাবে নলবাৰী মেডিকেল কলেজ হস্পিতাললৈ প্ৰেৰণ কৰা বুলি জানিব পৰা গৈছে৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
जम्मू में नाश्ता करने उतरा ट्रेन का ड्राइवर, अपने आप पंजाब पहुंच गई गाड़ी | Train Without Driver
जम्मू में नाश्ता करने उतरा ट्रेन का ड्राइवर, अपने आप पंजाब पहुंच गई गाड़ी | Train Without Driver
कृष्णा सेवा संस्थान ने मनाया फागोत्सव होली के पर्व को शांति व अनुशाशन से मनाएं : दवे
कृष्णा खेल संस्थान के युवाओं द्वारा फागोत्सव कार्यक्रम का आयोजन किया गया जिसमें सभी सदस्यों ने...