বানপানীৰ মাজতে নলবাৰী জিলাৰ বৰভাগৰ বৰশিমলুৱাত এজন যুৱক বিদ্যুত পৃষ্ট হৈ মৃত্যু হোৱাত অঞ্চলজুৰি শোকৰ ছা পৰিছে৷উল্লেখ্য যে আজি দুপৰীয়া গাওঁখনৰ ঁঁনিৰঞ্জন দাস আৰু মাতৃ সৰলা দাসৰ তৃতীয় সন্তান সমীন দাসে(২১) গা ধোৱাৰ বাবে মটৰত বিদ্যুত সংযোগ কৰিব খোজা সময়তে দুৰ্ঘটনাটো ঘটে৷অবেশ্যই পৰিয়ালে গাওঁবাসীৰ সহযোগত ততাতৈয়াকৈ চিকিৎসালয়লৈ নিয়ে যদিও ইতিমধ্যে যুৱক জনৰ মৃত্যু হৈছে৷বৰ্তমান যুৱকজনৰ মৃতদেহ মৰনোত্তৰ পৰীক্ষাৰ বাবে নলবাৰী মেডিকেল কলেজ হস্পিতাললৈ প্ৰেৰণ কৰা বুলি জানিব পৰা গৈছে৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
વાંકાનેર: મચ્છુ-૧ ડેમ માત્ર અડધો ફૂટ ખાલી, સાંજ સુધીમાં ઓવરફ્લો થઈ શકે છે.
વાંકાનેર: મચ્છુ-૧ ડેમ માત્ર અડધો ફૂટ ખાલી, સાંજ સુધીમાં ઓવરફ્લો થઈ શકે છે.
...
अंतर्राष्ट्रीय वृद्ध जन दिवस के अवसर पर सामुदायिक स्वास्थ्य केंद्र देवेंद्रनगर में स्वास्थ्य शिविर का आयोजन
*अंतर्राष्ट्रीय वृद्धजन दिवस के अवसर पर सामुदायिक स्वास्थ्य केंद्र देवेंद्रनगर में किया गया...
ગાંધીધામ ખાતે રહેતા દંપતીએ પેટે પાટા બાંધી મજૂરી કરીને પુત્રોને ભણાવ્યા બંને પુત્રોને લાગી સરકારી
ગાંધીધામ ખાતે રહેતા દંપતીએ પેટે પાટા બાંધી મજૂરી કરીને પુત્રોને ભણાવ્યા બંને પુત્રોને લાગી સરકારી
रामसा पीर के जयकारों और रिमझिम फुहारों के बीच मेघवाल समाज ने निकाली भव्य शोभायात्रा
रामसा पीर के जयकारों और रिमझिम फुहारों के बीच मेघवाल समाज ने निकाली भव्य शोभायात्रादेखने उमड़े...