যোৱা 19 তাৰিখে ৰাতি প্ৰায় 11 মান বজাত গুৱাহাটীৰ বিৰুবাৰিত এখন অলট বাহন সহ 220 লিটাৰ চুলাই মদ জব্দ কৰা হয়। 

উক্ত AS 01 EJ 3108 গাড়িখনৰ লগতে খানমতি বড়ো নামৰ এগৰাকী মহিলা আৰু প্ৰদিপ বড়ো নামৰ এজনলোকৰ লগতে 220 লিটাৰ চুলাই মদ জব্দ কৰা হয়। 

Birubari Excise Circler ৰ বিষয়া জয়ন্ত চৌধৰীৰ নেতৃত্বত গোপন সুত্ৰৰ পম খেদি উক্ত চুলাই মদ খিনি জব্দ কৰে।