চৰাইদেউ জিলাৰ সোণাৰি চফ্ৰাইত এখন দোকানৰ পৰা দুটা শিশু চোৰে এখন দোকানৰ পৰা মানুহ নথকাৰ সুজুগলৈ দোকান খনৰ কেচ বাকচৰ পৰা টকা পাইচা লৈ পলায় যায় । চফ্ৰাই অঞ্চলত শিশু চোৰ দুটাই যেতিয়া বেলেগ এখন দোকানত কিবা বস্তু কিনিবলৈ লয় তেতিয়া চোৰ দুটাক হাতে লোতে ধৰি চফ্ৰাই অভয়পুৰ আৰক্ষী থানাত চমজায় দিয়ে আৰু এখন এজাহাৰ দাখিল কৰে বুলি আমাক অৱগত কৰে । চোৰ দুটাই এয়াই প্ৰথম চোৰ কৰা নাই আগতেও বোলে দুই তিনিবাৰ চোৰ কৰিছিল । এইয়া কিন্তু আমি সাজি কোৱা কথা নহয় । এইয়া দোকান খনৰ স্বত্বাধীকাৰিয়ে কোৱাৰ ভিত্তিত কৰা বাতৰি ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
आदिवासी शक्ति का शिक्षा मंत्री दिलावर के खिलाफ प्रदर्शन, डीएनए सैंपल की मांग
कोटा. आदिवासी युवा शक्ति कोटा के तत्वावधान में शिक्षा मंत्री मदन दिलावर के विवादित बयान के खिलाफ...
03મહુધા વિધાનસભા ના ૧૬ રાઉન્ડ પુરા થતા ૩૬૧૮ મત થી ભાજપ આગળ
03મહુધા વિધાનસભા ના ૧૬ રાઉન્ડ પુરા થતા ૩૬૧૮ મત થી ભાજપ આગળ
ભાવનગર માર્કેટિંગ યાર્ડ એક સપ્તા માટે બંધ રહેશે | SatyaNirbhay News Channel
ભાવનગર માર્કેટિંગ યાર્ડ એક સપ્તા માટે બંધ રહેશે | SatyaNirbhay News Channel
જુનાગઢ વિધિવત પરિક્રમા શરૂ થાય તે પહેલા સાડા ચાર લાખ પરિક્રમાથીઓ અંતિમ ચરણમાં
જુનાગઢ વિધિવત પરિક્રમા શરૂ થાય તે પહેલા સાડા ચાર લાખ પરિક્રમાથીઓ અંતિમ ચરણમાં