চৰাইদেউ জিলাৰ সোণাৰি চফ্ৰাইত এখন দোকানৰ পৰা দুটা শিশু চোৰে এখন দোকানৰ পৰা মানুহ নথকাৰ সুজুগলৈ দোকান খনৰ কেচ বাকচৰ পৰা টকা পাইচা লৈ পলায় যায় । চফ্ৰাই অঞ্চলত শিশু চোৰ দুটাই যেতিয়া বেলেগ এখন দোকানত কিবা বস্তু কিনিবলৈ লয় তেতিয়া চোৰ দুটাক হাতে লোতে ধৰি চফ্ৰাই অভয়পুৰ আৰক্ষী থানাত চমজায় দিয়ে আৰু এখন এজাহাৰ দাখিল কৰে বুলি আমাক অৱগত কৰে । চোৰ দুটাই এয়াই প্ৰথম চোৰ কৰা নাই আগতেও বোলে দুই তিনিবাৰ চোৰ কৰিছিল । এইয়া কিন্তু আমি সাজি কোৱা কথা নহয় । এইয়া দোকান খনৰ স্বত্বাধীকাৰিয়ে কোৱাৰ ভিত্তিত কৰা বাতৰি ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
પાટણ : જિલ્લા સંકલન સમિતિની બેઠક યોજાઈ | SatyaNirbhay News Channel
પાટણ : જિલ્લા સંકલન સમિતિની બેઠક યોજાઈ | SatyaNirbhay News Channel
सोशल मीडिया पर पुलिस की छवि खराब करने वाले पत्रकार रामफूल के खिलाफ पुलिस अधीक्षक को सौपा ज्ञापन
सोशल मीडिया पर पुलिस की छवि खराब करने वाले पत्रकार रामफूल के खिलाफ पुलिस अधीक्षक को सौपा ज्ञापन
Breaking News: Cash On Delivery पर मंगवाया फोन, फोन आने पर कर दी डिलीवरी बॉय की हत्या | Lucknow
Breaking News: Cash On Delivery पर मंगवाया फोन, फोन आने पर कर दी डिलीवरी बॉय की हत्या | Lucknow