কিছুদিন পূৰ্বে গুৱাহাটী মহানগৰত খান্দি থোৱা উন্মুক্ত গাঁতৰ বাবে এগৰাকী বিদ্যালয়ৰ ছাত্ৰীয়ে অকাল মৃত্যুক সাৱটি লোৱাৰ পিছত ৰাজ্য চৰকাৰে উক্ত বিষয়টি গুৰুত্বসহকাৰে গ্ৰহণ কৰে। অনুৰূপ ঘটনাত যাতে কোনো লোক দূৰ্ঘটনাত পতিত হ'ব নালাগে তাৰ প্ৰতি লক্ষ্য ৰাখি দৰং জিলা প্ৰশাসনেও সামাজিক মাধ্যমৰ জৰিয়তে এক আহ্বান জনাইছে। দৰং জিলাৰ মূলপথসমূহ, পথাচাৰীয়ে নিতৌ ব্যৱহাৰ কৰা বাট-পথ সমূহৰ লগতে নিৰ্মাণ হৈ থকা যিকোনো নলা -নৰ্দমাৰ উন্মুক্ত গাত বা খালৰ তথ্য দৃষ্টি গোচৰ হোৱাৰ লগে-লগে সচেতন ৰাইজক (ফোন/ৱাটছ এপ)যোগে 94358 44400 নম্বৰত জনাবলৈ উপায়ুক্ত, দৰং এ অনুৰোধ জনায়।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
જાહરેનામા નો ભંગ કરી મોબાઈલ તથા સીમકાર્ડ ખરીદ અને વેચાણ કરતા દુકાનદાર વિરુધ્ધ કાર્યવાહી
પંચમહાલ જીલ્લા ઉચ્ચ પોલીસ અધિકારીઓ તરફથી સૂચના આપેલ હોય જે આધારે વેજલપુર પોલીસ સ્ટેશનના...
Vivo V40 Review: मिड-रेंज में मिलेगा फ्लैगशिप कैमरे का मजा
Vivo V40 Review वीवो ने अपनी वी 40 सीरीज में एक नए स्मार्टफोन को लॉन्च किया है। लेटेस्ट फोन IP68...
फाइनेंशियल सेक्टर में उतरा Apple, सेविंग अकाउंट खोल सकेंगे ग्राहक, मिलेगा इतने प्रतिशत का ब्याज
नई दिल्ली, बिजनेस डेस्क। टेक्नोलॉजी सेक्टर में कीर्तिमान स्थापित कर चुकी एपल अब फाइनेंशियल...
যুৱ কবি,লেখক,সমাজকৰ্মী উৎপল বনিয়ালৈ Jafa Achievers Award2024
ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় বঁটাৰে সন্মানিত অসমীয়া কেঁচা গহনাৰ জনপ্ৰিয় প্ৰতিষ্ঠান...