স্বাধীনতা দিৱসলৈ মাজত মাত্ৰ কেইটামান দিন । স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত আজি দেৰগাৱঁত দেখা গ'ল এক সুন্দৰ পৰিৱেশ । দেৰগাৱঁৰ আৰক্ষী প্ৰশিক্ষণ মহাবিদ্যালয়ৰ সকলো জোৱান হাতে হাতে ত্ৰিৰংগা পতাকা লৈ ওলাই আহিল পুৱাই । মহাবিদ্যালয়ৰ চৌহদৰ পৰা দেৰগাওঁ চহৰৰ মাজেৰে এক বিশাল সমদল বাহিৰ কৰে জোৱান সকলে । স্বাধীনতাৰ অমৃত মহোৎসৱ উপলক্ষে চৰকাৰে গ্ৰহণ কৰা হৰ ঘৰ ত্ৰিৰংগা কাৰ্যসূচী সন্দৰ্ভত জনতাক সজাগ কৰিবলৈ উলিওৱা হয় এই সমদল ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Badlapur Rape Case: बदलापुर यौन उत्पीड़न केस के आरोपी की मौत, Devendra Fadnavis ने दिए जांच के आदेश
Badlapur Rape Case: बदलापुर यौन उत्पीड़न केस के आरोपी की मौत, Devendra Fadnavis ने दिए जांच के आदेश
Rajasthan Budget : गरीबों को 500 रुपये में सिलेंडर, घरेलू उपभोक्ताओं को 100 यूनिट मुफ्त बिजली
राजस्थान के मुख्यमंत्री अशोक गहलोत ने प्रदेश के बजट भाषण में कई अहम बातें कहीं. उन्होंने इस दौरान...
সোণাৰি সাৰ্বজনীন ভৈৰৱ মন্দিৰৰ গৃহৰ আধাৰশীলা স্থাপন।
সোণাৰি সাৰ্বজনীন ভৈৰৱ মন্দিৰৰ গৃহৰ আধাৰশীলা স্থাপন।
২০২২-২৩ বিত্তীয় বৰ্ষৰ আবণ্টিত বিধায়ক...
સુરત LCB એ 4 લાખ થી વધુ નો ઇંગ્લિશ દારૂ ઝડપી પાડ્યો
સુરત LCB એ 4 લાખ થી વધુ નો ઇંગ્લિશ દારૂ ઝડપી પાડ્યો