মহানগৰীৰ গীতানগৰ ভয়ংকৰ পথ দুৰ্ঘটনা।দুৰ্ঘটনাতোত পতিত মাৰীয়াছ স্কুলৰ বাছ।সুৰামত্ত অৱস্থাত আছিলে মাৰীয়াছ স্কুলৰ বাছখনৰ চালক জন।গীতামন্দিৰৰ সমীপত সংঘটিত হয় এই পথ দুৰ্ঘটনা।বাছ খনে প্ৰথমে খুন্দা মাৰে এখন IGNIS বাহনত তাৰ পিছত খুন্দা মাৰে পথৰ দাতিত থকা এখন দোকানত।সৌভাগ্য ক্ৰমে হতাহত হোৱা নাই বাছ খনৰ কোনো ছাত্ৰ ছাত্ৰীৰ লগতে IGNIS বাহন খনত থকা আৰোহিৰ। কিন্তু দুৰ্ঘটনাতোৰ ক্ষতি গ্ৰস্ত হৈছে IGNIS বাহন খন।দুৰ্ঘটনা গ্ৰস্ত বাছ খনৰ নম্বৰ AS 01 GC 4358 আৰু IGNIS বাহন খনৰ নম্বৰ AS 01 FB 6777 ।ঘটনাস্থলীত উপস্থিত গীতানগৰ আৰক্ষী।আৰক্ষীয়ে আটক কৰে সুৰামত্ত অৱস্থাত থকা বাছ খনৰ চালক জনক।লগতে আৰক্ষীয়ে উদ্ধাৰ কৰিছে দুৰ্ঘটনাগ্ৰস্ত বাহন দুখন।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
10 उपवास करने वाले अविनाश गंगवार के पारणे का निकाला जुलूस
बूंदी । दशलक्षण पर्व के तहत 10 उपवास करने वाले त्यागी वृति शिप्रा पाटनी और अविनाश गंगवाल के पारणे...
विश्वकर्मा पुजा और दुर्गोत्सव को देखते हुए प्रतिमाएं बनाने में व्यस्त मोरान क्षेत्र के मुर्तिकार
विश्वकर्मा पुजा और दुर्गोत्सव को देखते हुए प्रतिमाएं बनाने में व्यस्त मोरान क्षेत्र के मुर्तिकार...
ডিপ্তাত ২ নং জামে মছজিদত সমূহীয়া ইফটাৰৰ আযোজন:
ইছলাম ধৰ্মী লোক সকল পবিত্ৰ মাহ ৰমজান মাহ। সেই উপলক্ষে বিভিন্ন ঠাইত পালন কৰা হৈছে সমূহীয়া...
ખેતી કામ કરતાં થ્રેસરમાં માથું આવી જતા મહિલાનું મોત
#buletinindia #gujarat #banaskantha
ससून रुग्णालयात आरोग्य मंत्री सावंत आक्रमक
ससून रुग्णालयात आरोग्य मंत्री सावंत आक्रमक