সোণাৰি এগৰাকী দশম শ্ৰেণীৰ ছাত্ৰী, ১৫ বছৰীয়া কিশোৰী পয়জ্জিলিকা তামুলী দীৰ্ঘদিন ধৰি জটিল বৃক্ক ৰোগত আক্ৰান্ত হৈ আছে। তাইৰ ক্ৰিয়েটিনিনৰ স্তৰ ১২.৯ লৈ বৃদ্ধি পাইছে আৰু শীঘ্ৰেই বৃক্ক সংৰোপণৰ প্ৰয়োজন বুলি চিকিৎসকে জনাইছে। তাই অসম ৰাইফলছত কৰ্মৰত বীৰেন তামুলীৰ একমাত্ৰ কন্যা। তেওঁলোকৰ বেছিভাগ সঞ্চয়ৰ টকা ইতিমধ্যে চিকিৎসাৰ বাবে ব্যয় হৈছে। তাইক আপোনালকৰ আশীৰ্বাদ আৰু অৰ্থ সহায়ৰ প্ৰয়োজন । অনুগ্ৰহ কৰি তাইৰ চিকিৎসাৰ বাবে সাধ্যানুযায়ী সহায়ৰ হাত আগবঢ়াবলৈ অনুৰোধ জনালোঁ ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
रेलवे ट्रैक पर सिर कटा शव मिला, ट्रेन से टकराकर मौत होने का अंदेशा, गांव से कॉलेज के काम से आया था
दिल्ली मुंबई रेल लाइन पर एक युवक की सिर कटी लाश मिली है। सूचना पर पुलिस मौके पर पहुंची। युवक का...
मांगरोल चरण पादुकाओं का किया पूजन
मांगरोल तहसील क्षेत्र के ग्राम पाडलिया बालाजी बगीची आश्रम में गुरु पूर्णिमा महोत्सव के अवसर पर...
ડીસામાં બનાસ પુલ પર અચાનક બ્રેક મારતાં ટ્રેલરમાં ભરેલી લોખંડની પાઇપો કેબીનમાં ઘૂસી જતાં ચાલકનું મોત
ડીસામાં બનાસ પુલ પર પાઇપો ભરેલા ટ્રેલરનો અકસ્માત સર્જાતા ચાલકનું ઘટનાસ્થળે કરુણ મોત નિપજયું છે....
মাধৱদেৱৰ তিৰোভাৱ তিথিত শ্ৰী শ্ৰী এলেঙি নৰসিংহ সত্ৰত আই সকলৰ পুৱা নাম
মাধৱদেৱৰ তিৰোভাৱ তিথিত শ্ৰী শ্ৰী এলেঙি নৰসিংহ সত্ৰত আই সকলৰ পুৱা নাম আজি মহাপুৰুষ মাধৱদেৱৰ ৪২৬...