IPL জুৱাৰীৰ বিৰুদ্ধে নিশা গোলাঘাট আৰক্ষীৰ অভিযান। এজন গ্ৰেপ্তাৰ কৰি আৰম্ভ কৰিছে তদন্ত। জুৱাৰীটোৰ নাম সুজল হুদা। গোলাঘাট নগৰৰ টোকানী চাৰ্কোলত আৰক্ষীয়ে গোপন সূত্ৰৰ পম খেদি AS-03AB-9585 নম্বৰৰ বিলাসী বাহন সহ গ্ৰেপ্তাৰ কৰে যুৱকজনক। উল্লেখ যে IPL ৰ নামত গোলাঘাট জিলাত ব্যাপক হাৰত জুৱা চলি থকাৰ অভিযোগ। আৰু সুজল হুদা নামৰ যুৱকজন On Line যোগে জুৱাৰ বেহা চলাই থকাৰ অভিযোগ। আৰক্ষীৰ অধিক তদন্তত পোহৰলৈ আহিব আৰু কোন কোন এই জুৱাত জড়িত হৈ আছে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
आम आदमी पार्टी के सांसद संजय सिंह एक हफ्ते के लिए सस्पेंड,पेपर फाड़कर और उसे डिप्टी चेयरमैन की ओर फेका
आम आदमी पार्टी के सांसद संजय सिंह को राज्यसभा से एक हफ्ते के लिए सस्पेंड कर दिया गया है. उन्हें...
BSF ના જવાનો ની જમ્મુ થી ભુજ સુધી 2212 કિમી યાત્રા
BSF ના જવાનો ની જમ્મુ થી ભુજ સુધી 2212 કિમી યાત્રા
চৰকাৰৰলৈ বাট নাচায় ৰঙিয়াত ৰাইজেই নিৰ্মাণ কৰিলে পথ
ৰাইজে নখ জোকাৰিলে নৈ বয়। কথাখাৰি যেন আখৰে আখৰে পালন হ’ল ৰঙিয়াৰ এটা অঞ্চলত। ৰঙিয়াৰ ছেনীমাৰাত...
ગાંધીનગરના હેલિપેડ પ્રદર્શન ગ્રાઉન્ડ ખાતે આયોજિત
ડિફેન્સ એક્ઝિબિશન-૨૦૨૨ અંતર્ગત ઇન્ડિયા પેવેલિયનને ખુલ્લુ મૂકતા વડાપ્રધાનશ્રી નરેન્દ્ર મોદી
હિન્દુસ્તાન એરોનોટિક્સ લિમિટેડ (HAL) દ્વારા ડિઝાઇન કરાયેલ સ્વદેશી ટ્રેનર એરક્રાફ્ટ HTT-40નું પણ...
NEWS :- 7 हजार से कम में मिल रहा है Samsung का बड़ी बैटरी वाला स्मार्टफोन, 42 प्रतिशत का बंपर डिस्काउंट
Bumper Deal On Samsung Galaxy M04 एक नया स्मार्टफोन खरीदने का प्लान बना रहे हैं तो सैमसंग के...