ভাৰতৰ স্বাধীনতাৰ ৭৫তম বৰ্ষ উপলক্ষে দেশত উদযাপন হ'ব আজাদী কা অমৃত মহোৎসৱ ৷ চৰকাৰৰ আহ্বান মৰ্মে দেশৰ ভিন্ন প্ৰান্তৰ লগতে ৰাজ্যতো পালন কৰা হ'ব হৰ ঘৰ ত্ৰিৰংগা কাৰ্যসূচী ৷ টিংখাঙৰ ৰাজগড়ত " হৰ ঘৰ ত্ৰিৰংগা"ৰ সজাগতামূলক শোভাযাত্ৰা ৷ ৰাজগড় গাওঁ পঞ্চায়তৰ উদ্যোগত তথা অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা সংগঠনৰ সহযোগত টিংখাঙৰ ৰাজগড়ত কেইবাশতাধিক মহিলা আৰু NCC কেডাৰে এই সজাগতা মূলক ত্ৰিৰংগা পতাকা প্ৰদৰ্শন কৰি শুভাযাত্ৰা বাহিৰ কৰে ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
जन्म हो या मृत्यु रजिस्ट्रेशन है जरूरी-अतिरिक्त जिला कलक्टर
जिले की सिविल रजिस्ट्रेशन प्रणाली अंतर्गत एक दिवसीय कार्यशाला का आयोजन अति जिला कलेक्टर सुदर्शन...
કામધેનુ ગૌ શાળા ખાતે "ગૌ ભવન" નુ ઉદઘાટન ગૌ. શ્રી કૂંજેશકુમાર ના હસ્તે કરાયુ
કાલોલ ની કામધેનુ ગૌ શાળા ખાતે રવિવારે ગૌ ભવન નુ ઉદઘાટન પુ. પા. ગૌ ૧૦૮ શ્રીકૂંજેશકુમાર મહારાજ ના...
Jio Recharge Plans: ये हैं रिलायंस जियो के सस्ते रिचार्ज प्लान, अनलिमिटेड कॉलिंग सहित मिल रहे ये बेनिफिट्स
रिचार्ज प्लान महंगे होने के बाद यूजर्स को अपने लिए किफायती प्लान चुनने में बहुत दिक्कत हो रही है।...
জনজাতি কৰণৰ পৰা বঞ্চিত কৰাত টাইপাই দাহ কৰে প্ৰধানমন্ত্ৰী আৰু মূখ্যমন্ত্ৰীৰ পুত্তলিকা
জনজাতি কৰণৰ পৰা বঞ্চিত কৰাত টাইপাই দাহ কৰে প্ৰধানমন্ত্ৰী আৰু মূখ্যমন্ত্ৰীৰ পুত্তলিকা