নলবাৰী জিলাৰ বৰভাগ ৰাজহচক্ৰ অন্তৰ্গত কমাৰকুছি পাগলাদিয়া নৈৰ ওপৰত থকা পকী দলংখনৰ পশ্চিম দিশত হোৱা এটি প্ৰকাণ্ড গাতৰ বাবে যিকোনো মুহুৰ্ততে ভয়ংকৰ দুৰ্ঘটনা হব পাৰে বুলি সচেতন ৰাইজে মন্তব্য কৰিছে৷উল্লেখ্য যে দিনে নিশাই অসংখ্য পথচাৰী আৰু যানবাহন অহাযোৱা কৰা অতিপাত ব্যস্ত পথটোৰ উক্ত প্ৰকাণ্ড গাতটো লোকনিৰ্মান বিভাগে কিয় মাৰিবলৈ সামৰ্থ্য হোৱা নাই সেইটো হে ৰহস্যৰ কথা৷উল্লেখ্য যে পাগলাদিয়াৰ বুকুৰ পৰা বালি কঢ়িৱা টেক্টৰ,ডাম্পাৰ আদি অহাযোৱা কৰোতে উক্ত প্ৰকাণ্ড গাতটো হোৱা বুলি অনুমান কৰিব পাৰি৷এতিয়া বাৰিষাৰ সময়৷বাৰিষাৰ ধাৰাসাৰ বৰষুণৰ ফলত গাতটো আৰু অধীক ডাঙৰ হোৱাৰ সম্ভাৱনা আছে৷সেয়েহে ৰাইজে অতি শিঘ্ৰে গাতটোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে লোকনিৰ্মান বিভাগক দাবী জনাইছে৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Azadi Ka Amrit Mahotsav procession by Jatiya Vidyalaya Assom, Tangla
Azadi ka Amrit Mahotsav prosesion Jatiya vidyalaya Assom Tangla 13 August 2022.
ધ્રાંગધ્રા તાલુકા પોલીસ સ્ટેશનનાં કોન્સ્ટેબલનો વિદાય સમારંભ યોજાયો
ધાંગધ્રા તાલુકા પોલીસ સ્ટેશન ખાતે ફરજ બજાવતા કોસ્ટેબલ સંજયભાઈ મુધવા ની ધ્રાંગધ્રા તાલુકા પોલીસ...
Entertainment: Tusshar Kapoor ने बेटे के बर्थडे पर होस्ट की 'सुपर मारियो' थीम पार्टी l Bollywood
एक्टर तुषार कपूर ने 1 जून 2023 को अपने बेटे लक्ष्य के 7वें बर्थडे पर एक शानदार पार्टी होस्ट की,...
বগাদাত প্ৰাথমিক গোট ছাত্ৰ সন্থাৰ বাৰ্ষিক প্ৰতিনিধি সভা
ৰাজগড় আঞ্চলিক ছাত্ৰ সন্থাৰ অন্তৰ্গত বগাদাত প্ৰাথমিক গোট ছাত্ৰ সন্থাৰ বাৰ্ষিক প্ৰতিনিধি সভাখন আজি...