নলবাৰী জিলাৰ বৰভাগ ৰাজহচক্ৰ অন্তৰ্গত কমাৰকুছি পাগলাদিয়া নৈৰ ওপৰত থকা পকী দলংখনৰ পশ্চিম দিশত হোৱা এটি প্ৰকাণ্ড গাতৰ বাবে যিকোনো মুহুৰ্ততে ভয়ংকৰ দুৰ্ঘটনা হব পাৰে বুলি সচেতন ৰাইজে মন্তব্য কৰিছে৷উল্লেখ্য যে দিনে নিশাই অসংখ্য পথচাৰী আৰু যানবাহন অহাযোৱা কৰা অতিপাত ব্যস্ত পথটোৰ উক্ত প্ৰকাণ্ড গাতটো লোকনিৰ্মান বিভাগে কিয় মাৰিবলৈ সামৰ্থ্য হোৱা নাই সেইটো হে ৰহস্যৰ কথা৷উল্লেখ্য যে পাগলাদিয়াৰ বুকুৰ পৰা বালি কঢ়িৱা টেক্টৰ,ডাম্পাৰ আদি অহাযোৱা কৰোতে উক্ত প্ৰকাণ্ড গাতটো হোৱা বুলি অনুমান কৰিব পাৰি৷এতিয়া বাৰিষাৰ সময়৷বাৰিষাৰ ধাৰাসাৰ বৰষুণৰ ফলত গাতটো আৰু অধীক ডাঙৰ হোৱাৰ সম্ভাৱনা আছে৷সেয়েহে ৰাইজে অতি শিঘ্ৰে গাতটোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে লোকনিৰ্মান বিভাগক দাবী জনাইছে৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
મુડેઠા ના ટોલ પ્લાઝા પર આજથી ટેક્ષ ઉપર 1 થી 5 ટકાનો ભાવમાં વધારો..
મુડેઠા ના ટોલ પ્લાઝા પર આજથી ટેક્ષ ઉપર 1 થી 5 ટકાનો ભાવમાં વધારો..
ડીસાના મુડેઠા નજીક નેશનલ હાઇવે...
মৰাণ ছাত্ৰ সন্থা আৰু মৰাণ জাতীয় মহিলা পৰিষদৰ দ্বি-বাৰ্ষিক অধিৱেশনৰ প্ৰস্তুতি সন্দৰ্ভত গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত
মৰাণ ছাত্ৰ সন্থা আৰু মৰাণ জাতীয় মহিলা পৰিষদৰ দ্বি বাৰ্ষিক অধিৱেশনৰ প্ৰস্তুতি সন্দৰ্ভত...
Apple Watch ने बचाई दिल्ली की एक महिला की जान, सीईओ टिम कुक को लिखा लेटर
एपल वॉच ने इस बार एक और जान बचाई है। इस बार राष्ट्रीय राजधानी की एक 35 वर्षीय महिला जो एट्रियल...
Srinagar में एशिया के सबसे बड़े Tulip Garden में फूलों की बहार, 23 March से आम लोगों के लिए खुलेगा
Srinagar में एशिया के सबसे बड़े Tulip Garden में फूलों की बहार, 23 March से आम लोगों के लिए खुलेगा
કાંકરેજ તાલુકાના થરા ચોર્યાસી વિસ્તાર મા રકતદાન શિબિર...!
રકતદાન શિબિર...!