ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীয়ে আহ্বান জনাইছিল যি সকল লোকে চৰকাৰী চাকৰি লাভ কৰিলে , তেওঁলোকে লাভ কৰি অহা চৰকাৰী সুবিধা সমুহ ঘূৰাই দিব লাগে, আৰু ইয়াৰ পিছতে নাহৰকটীয়াত কেইবাগৰাকীও হিতাধিকাৰীয়ে চৰকাৰী চাকৰি লাভ কৰাৰ পাছতেই চৰকাৰী সুবিধা লাভ কৰি অহা সুবিধা সমুহ আজি আঁচনি ত্যাগপত্ৰ প্ৰদান কৰিলে জয়পুৰ উন্নয়ন খণ্ড বিষয়াৰ হাতত ।ইয়াৰ পিছতে বিভাগীয় বিষয়া সকলে চৰকাৰী সুবিধা ত্যাগ কৰা হিতাধিকাৰী সকলক আনুষ্ঠানিক ভাৱে জয়পুল উন্নয়ন খণ্ডৰ কাৰ্য্যালয়ত সম্বৰ্ধনা জ্ঞাপন।কৰা হয় ।এই অনুষ্ঠানত জয়পুৰ উন্নয়ন খণ্ডৰ খণ্ড বিষয়া ৰঞ্জিত ওৰাং কে ধৰি বহুকেইজন বিভাগীয় বিষয়াই সম্বৰ্ধনা জনায়।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
બા બરા પો.સ્ટેના મોટા દેવળીયા ઓ.પી વિસ્તારમાંથી રોકડ રૂ ૩૦,૭૮૦ ના મુદ્દામાલ સાથે જુગાર રમતા ૦૮ ઇસમો તથા ટાઉન બીટ
વિસ્તારમાથી રોકડ.રુપિયા .૧૦,૮૦૦/-ના મુદામાલ સાથે જુગાર રમતા છ ઇસમો ને પકડી પાડતી બાબરા પોલીસ ટીમ.
બા બરા પો.સ્ટેના મોટા દેવળીયા ઓ.પી વિસ્તારમાંથી રોકડ રૂ ૩૦,૭૮૦ ના મુદ્દામાલ સાથે જુગાર રમતા ૦૮...