---টিহুৰ কঠালমূৰাত আজি গুৰুগৃহৰ শুভাৰম্ভ কৰাৰ লগতে মাতৃ দিৱস উদযাপন কৰা হয়। স্থানীয় ৰাইজৰ সহযোগত আৰু বিশিষ্ট সমাজকৰ্মী ড০ মহীধৰ পাঠকৰ নেতৃত্বত আয়োজিত এই কাৰ্যসূচী উপলক্ষে আজি গুৰুগৃহ প্ৰকল্প প্ৰাংগণত পতাকা উত্তোলন কৰে গুৰুগৃহৰ প্ৰতিষ্ঠাপক ড০ মহীধৰ পাঠকে , শুভবন্তি প্ৰজ্বলন কৰে সমাজসেৱিকা সূনীতি পাঠকে। ইয়াৰ পাছত এটি শিল্পী ঘন শৰ্মা ৰচিত আৰু পৰিচালিত এটি সমবেত সংগীতেৰে আৰম্ভ কৰা সভাখনত সভাপতিত্ব কৰে বাপুজী মহাবিদ্যালয়ৰ অৱসৰী উপাধ্যক্ষা ৰানু দাসে। তপন দাস আৰু মমী কলিতাই আতঁধৰা সভাখনত বিশিষ্ট অতিথিৰ ভাষণ দিয়ে টিহু মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ মুৰব্বী অধ্যাপিকা ড০ জেউতি তালুকদাৰে , মুখ্য অতিথিৰ ভাষণ দিয়ে টিহু মহাবিদ্যালয়ৰ উপাধ্যক্ষা ড০ মঞ্জুলা ডেকাই । গুৰুগৃহৰ প্ৰতিষ্ঠাপক ড০ মহীধৰ পাঠকে আদৰণি ভাষণ দিয়া সভাখনত টিহু,কঠালমূৰা, ক্ষেত্ৰাপাৰা, জলখানা, মাখিবাহা,হেলনা, সৰ্থেবাৰী আদি বিভিন্ন ঠাইৰ ২২গৰাকী নিৰ্বাচিত আদৰ্শ মাতৃক আদৰ্শ মাতৃ বেল্ট, আদৰ্শ মাতৃ স্মাৰক বঁটা, ফুলাম গামোচা, গছপুলি আদিৰে বিশেষ ভাৱে সম্বৰ্ধনা জ্ঞাপন কৰা হয় !
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
लगातार चल रही खॉंसी चाहे कैसे भी हो सूखी या कफ वाली, एक मिनट में तुरंत बंद | Home Remedy for Cough
लगातार चल रही खॉंसी चाहे कैसे भी हो सूखी या कफ वाली, एक मिनट में तुरंत बंद | Home Remedy for Cough
બગસરા નાગરિક શરાફી મંડળી ની રાજકોટ મુકામે 38મી સાધારણસભામાં ધારાસભ્ય અમરીશ ડેર શું કહે છે જુઓ વિડિયો
બગસરા નાગરિક શરાફી મંડળી ની રાજકોટ મુકામે 38મી સાધારણસભામાં ધારાસભ્ય અમરીશ ડેર શું કહે છે જુઓ વિડિયો
ખાસ જેલમાં કેદીઓના માનસ પરિવર્તન માટે સત્યનારાયણ ભગવાનની કથા યોજાય
ખાસ જેલમાં કેદીઓના માનસ પરિવર્તન માટે સત્યનારાયણ ભગવાનની કથા યોજાય
PORBANDAR મુળ માધવપુર ખાતે થયેલ જૂથ અથડામણમાં સામે પક્ષે ઈજાગ્રસ્ત 29-09-2022
PORBANDAR મુળ માધવપુર ખાતે થયેલ જૂથ અથડામણમાં સામે પક્ષે ઈજાગ્રસ્ત 29-09-2022
વડગામના વેપારી મથક છાપીમાં ફૂડ વિભાગના દરોડા...
વડગામના વેપારી મથક છાપીમાં ફૂડ વિભાગના દરોડા...