ভাৰতীয় ৰেডক্ৰচ চোছাইটীৰ বাগছা জিলা শাখাৰ উদ্যোগত আজি বৰমা বজাৰ এল পি স্কুলত “বিশ্ব ৰেডক্ৰচ দিবস’’ পালন কৰা হয় । এই উপলক্ষে ৰাতিপুৱা ৰেডক্ৰচ ছচাইটীৰ পতাকা উত্তোলন কৰে বাগছা জিলা ৰেড ক্ৰছ ছচাইটিৰ সভাপতি বিপিন চন্দ্ৰ কলিতাই । ইয়াৰ পিছতে স্কুল চৌহদত বন্তি প্ৰজ্বালন কৰে বৰমা বজাৰ এল পি স্কুলৰ প্ৰধান শিক্ষয়েত্ৰী নমলী বড়ো, বৰমা সমাজকল্যাণ বিভাগৰ মুখ্য সেবিকা মনজিতা বসুমতাৰীয়ে । জেন হেনৰী ডুনান্টৰ প্ৰতিচ্ছবি মাল্যাৰ্পন কৰে ৰাজীৱ দাস, দিলীপ কুমাৰ বড়োৱে । সভাপতি বিপিন চন্দ্ৰ কলিতাৰ সভাপতিত্বত অনুষ্টিত সভাত ৰেডক্ৰচ দিবস উপলক্ষে ছাত্ৰ ছাত্ৰীৰ মাজত আলোচনা চক্ৰ অনুস্হিত হয় । বিশিষ্ট অতিথি হিচাবে উপস্হিত থাকি বিশ্বজুৰি ৰেডক্ৰচ চোছাইটীৰ মানবীয় কাম কাজৰ বিষয়ে বৰ্ণনা কৰে অৰুপ কুমাৰ চৌধুৰীয়ে । বাগছা জিলা ৰেডক্ৰচ চোছাইটিৰ অবৈতনিক সম্পাদক ৰাজীৱ দাসে আতধৰা মুকলি সভাত স্থানীয় সাংবাদিক দিলীপ বড়ো, শিক্ষয়েত্ৰী বিনা বড়ো, বৰমা বজাৰ এল পি স্কুলৰ শিক্ষয়িত্ৰী নমলী বসুমতাৰীক বাগছা জিলা ৰেডক্ৰচ চোছাইটীৰ দ্বাৰা সম্বৰ্ধনা জনোৱা হয় ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
જસદણ: વિછીયા રોડ ઉપર આવેલ શ્રીનાથજી પેટ્રોલ પંપની બાજુમાંથી વિદેશી દારૂ સાથે LCB એ 1વ્યક્તિની ધરપકડ
જસદણ: વિછીયા રોડ ઉપર આવેલ શ્રીનાથજી પેટ્રોલ પંપની બાજુમાંથી વિદેશી દારૂ સાથે LCB એ 1વ્યક્તિની...
इंदौर में भगवा-ए-हिंद के पोस्टर:लिखा- एक हैं तो सेफ हैं, गजवा-ए-हिंद अब नहीं चलेगा; पुलिस बोली- लोगों ने खुद अपने घरों में लगाए
इंदौर के भंवरकुआ इलाके में 'गजवा-ए-हिंद' अब नहीं चलेगा लिखे पोस्टर लगाए गए हैं। पोस्टर्स में लिखा...
દાહોદ - મેડિકલ સ્ટોર માં વિવિધ ચોટદાર સૂત્રો સાથે મતદાતાઓને મતદાન માટે કરાઈ રહ્યા છે પ્રેરિત
જિલ્લામાં મતદાતા જાગૃકતા અભિયાનમાં સહભાગી થતું દાહોદ કેમીસ્ટ એસોશીએસન,મડીકલ સ્ટોરમાં વિવિધ ચોટદાર...
দৰংত ধুমুহাৰ বিধ্বংসী ৰূপ
∆ ধুমুহাত দৰংৰ ছিপাঝাৰ আৰু পাৰ্শ্বৱৰ্তী এলেকাত বিস্তৰ ক্ষতিসাধন।
∆১৫ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে...
विज्ञान प्रदर्शनात विद्यार्थ्यांनी विविध प्रकारचे प्रदर्शन विद्यार्थ्यांचं करावं तेवढं कौतुक कमीच
विज्ञान प्रदर्शनात विद्यार्थ्यांनी विविध प्रकारचे प्रदर्शन विद्यार्थ्यांचं करावं तेवढं कौतुक कमीच