ভাৰতীয় ৰেডক্ৰচ চোছাইটীৰ বাগছা জিলা শাখাৰ উদ্যোগত আজি বৰমা বজাৰ এল পি স্কুলত “বিশ্ব ৰেডক্ৰচ দিবস’’ পালন কৰা হয় । এই উপলক্ষে ৰাতিপুৱা ৰেডক্ৰচ ছচাইটীৰ পতাকা উত্তোলন কৰে বাগছা জিলা ৰেড ক্ৰছ ছচাইটিৰ সভাপতি বিপিন চন্দ্ৰ কলিতাই । ইয়াৰ পিছতে স্কুল চৌহদত বন্তি প্ৰজ্বালন কৰে বৰমা বজাৰ এল পি স্কুলৰ প্ৰধান শিক্ষয়েত্ৰী নমলী বড়ো, বৰমা সমাজকল্যাণ বিভাগৰ মুখ্য সেবিকা মনজিতা বসুমতাৰীয়ে । জেন হেনৰী ডুনান্টৰ প্ৰতিচ্ছবি মাল্যাৰ্পন কৰে ৰাজীৱ দাস, দিলীপ কুমাৰ বড়োৱে । সভাপতি বিপিন চন্দ্ৰ কলিতাৰ সভাপতিত্বত অনুষ্টিত সভাত ৰেডক্ৰচ দিবস উপলক্ষে ছাত্ৰ ছাত্ৰীৰ মাজত আলোচনা চক্ৰ অনুস্হিত হয় । বিশিষ্ট অতিথি হিচাবে উপস্হিত থাকি বিশ্বজুৰি ৰেডক্ৰচ চোছাইটীৰ মানবীয় কাম কাজৰ বিষয়ে বৰ্ণনা কৰে অৰুপ কুমাৰ চৌধুৰীয়ে । বাগছা জিলা ৰেডক্ৰচ চোছাইটিৰ অবৈতনিক সম্পাদক ৰাজীৱ দাসে আতধৰা মুকলি সভাত স্থানীয় সাংবাদিক দিলীপ বড়ো, শিক্ষয়েত্ৰী বিনা বড়ো, বৰমা বজাৰ এল পি স্কুলৰ শিক্ষয়িত্ৰী নমলী বসুমতাৰীক বাগছা জিলা ৰেডক্ৰচ চোছাইটীৰ দ্বাৰা সম্বৰ্ধনা জনোৱা হয় ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
दिल्ली की Ayesha Thapaar अब अमेरिका में चला रही है रेस्टोरेंट, इनके पति हैं 8,500 करोड़ के संपत्ति के मालिक
नई दिल्ली, बिजनेस डेस्क। दिल्ली के स्टाइल डीवीज में शामिल होने वाली आयशा थापर अब अमेरिका में...
NEET Exam Controversy: नीट एग्जाम में गड़बड़ी पर छात्रों में गुस्सा बरकरार, CBI जांच की उठी मांग
NEET Exam Controversy: नीट एग्जाम में गड़बड़ी पर छात्रों में गुस्सा बरकरार, CBI जांच की उठी मांग
बूंदी से नमाना तक की सड़क बदहाल,सड़क मार्ग तीन दशक से गिट्टी में हुआ तब्दील ,ग्रामीण क्षेत्र के लोग जनप्रतिनिधियों व प्रशासन से लगा चुके हैं गुहार।
बूंदी नमाना गरडदा मार्ग की मुख्य सड़क पिछले तीन दशक से बदहाल हालत में हो रही है जिसमें सफर करने...
कांग्रेस नेता ने पहले दिन ही ऐसी क्या बात कही, Amit Shah आग बबूला हो गए? Parliament special session
कांग्रेस नेता ने पहले दिन ही ऐसी क्या बात कही, Amit Shah आग बबूला हो गए? Parliament special session
Karnataka Election: 'सोनिया गांधी का जेल आना मैं नहीं भूल सकता...' कांग्रेस की जीत पर भावुक हुए डीके शिवकुमार
बेंगलुरू,रुझानों में कांग्रेस की बड़ी बढ़त बनते हुए कर्नाटक में सरकार बनाती दिख रही है। इस दौरान...