সোণাৰিৰ ভজোত নদীত পৰি সন্ধানহীন এজন ব্যক্তি 

সোণাৰিৰ ভজোত নদীত পৰি সন্ধানহীন এজন ব্যক্তি। সোণাৰিৰ ভজো চাংমাই গাঁওত দিচাং নদীত পৰি সন্ধানহীন ব্যক্তিগৰাকী। নদী পাৰ কৰি বাঁহ আনি থাকোঁতেই পানীত পৰি সন্ধানহীন হয় ব্যক্তিগৰাকী। সন্ধানহীন ব্যক্তি গৰাকী ভজো গাওঁৰ ভোগেশ্বৰ গগৈ(৫৫) বুলি জানিব পৰা গৈছে।

অৱশেষত উদ্ধাৰ হ'ল সোণাৰিত নৈত সন্ধানহীন হোৱা ভোগেশ্বৰ গগৈৰ মৃতদেহ।সোণাৰিৰ ভজোৰ দিচাংনদীত উদ্ধাৰ উদ্ধাৰ মৃতদেহ।SDRF বাহিনীৰ অভিযানত উদ্ধাৰ হয় মৃতদেহ।