কাজিৰঙাত বন বিভাগৰ অভিযানত আটক গঁড়ৰ খৰ্গৰ তিনি চোৰাং ব্যৱসায়ী।আটকাধীন লোককেইজন ক্ৰমে ৰংৱংবেৰ মোহন তেৰাং, কুঠৰীৰ বাঘমাৰীৰ বাহাৰুল ইছলাম আৰু ইমান আলী।যোৱা ১৫ আগষ্টৰ নিশা কলিয়াবৰৰ বান্দৰদুবীৰ পৰা আটক কৰা হয় ইমান আলীক। ইমান আলীৰ স্বীকোৰোক্তিৰ ভিত্তিতেই পৰৱৰ্তী সময়ত আটক কৰা হয় আন দুই চোৰাং ব্যৱসায়ীক।উল্লেখ্যে যে তিনিমাহ পূৰ্বে বান্দৰদুবীৰ এক এলেকাৰ পৰা খৰি আনিবলৈ যাওতে গঁড়ৰ খৰ্গটো উদ্ধাৰ কৰি বিক্ৰী কৰাৰ তথ্য লাভ কৰে বন বিভাগে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
বিলাসী বাহনত ছাগলী চুৰ কৰা তিনিটা গভাইত চোৰক জেললৈ প্ৰেৰণ মৰাণ আৰক্ষীৰ
যোৱা কালি যোৰহাটৰ দিশৰ পৰা ডিব্ৰুগড়লৈ AS04E2007 নম্বৰৰ এখন চেণ্ট্ৰ' গাড়ীত তিনি গভাইত চোৰে...
ভিয়েটনামৰ হোচিমিন চহৰত সন্মানিত লক্ষীমপুৰৰ চিত্ৰ শিল্পী পৰেশ ভূঞা...
ভিয়েটনামৰ হোচিমিন চহৰত সন্মানিত লক্ষীমপুৰৰ চিত্ৰ শিল্পী পৰেশ ভূঞা...
एक बार में तीन महीने की छुट्टी! Jio का ओटीटी वाला सस्ता रिचार्ज प्लान; BSNL से कितना बेहतर?
जियो अपने ग्राहकों के लिए 84 दिन की वैलिडिटी वाला एक प्लान ऑफर करता है। जिसमें अनलिमिटेड वॉइस...
ડીસામાં નગરપાલિકા દ્વારા ગોડાઉન માલિકને નોટીસ ફટકારી
ડીસા નગરપાલિકા કચેરી પાછળ રાતોરાત બની ગયેલા ગેરકાયદેસર ગોડાઉનના માલિકને નોટિસ ફટકારવામાં આવી છે...